কাইলৈ ৰাজ্যত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তিৰ বাবে পৰীক্ষা অনুষ্ঠিত হ’ব ৷ পৰীক্ষা সুকলমে অয়োজনৰ বাবে তৎপৰতা জিলা প্ৰশাসনৰ ৷ বঙাইগাঁৱত পৰীক্ষা সুকলমে অনুষ্ঠিত কৰাৰ বাবে জিলাখনৰ নটাকৈ কেন্দ্ৰৰ এশ মিটাৰ ব্যাসাৰ্দ্ধত ১৪৪ ধাৰা জাৰি ৷

কাইলৈ ৰাজ্যত চতুৰ্থ বৰ্গৰ নিযুক্তিৰ বাবে পৰীক্ষা অনুষ্ঠিত হ’ব ৷ পৰীক্ষা সুকলমে অয়োজনৰ বাবে তৎপৰতা জিলা প্ৰশাসনৰ ৷ বঙাইগাঁৱত পৰীক্ষা সুকলমে অনুষ্ঠিত কৰাৰ বাবে জিলাখনৰ নটাকৈ কেন্দ্ৰৰ এশ মিটাৰ ব্যাসাৰ্দ্ধত ১৪৪ ধাৰা জাৰি ৷
পৰীক্ষাৰ্থীয়ে মানিব লাগিব বিশেষ কেতবোৰ নীতি নিয়ম ৷ আনহাতে ৰাজ্যত কাইলৈ চতুৰ্থ বৰ্গৰ নিযুক্তিৰ এই পৰীক্ষাৰ বাবে বঙাইগাঁও আৰক্ষীৰ ফালৰ পৰাও বিশেষ ব্যৱস্থা হাতত লোৱা হৈছে ৷ জিলাখনত ন টা কেন্দ্ৰত মোতায়ন আৰক্ষীৰ লোক ৷ কেন্দ্ৰত নিযুক্তি লাভ কৰা আৰক্ষীক বিশেষ প্ৰশিক্ষণ প্ৰদান কৰা হৈছে ৷ নিজৰ দায়িত্ব আৰু কৰ্তব্যৰ বিষয়ে প্ৰশিক্ষণ আৰক্ষীৰ লোকসকলোক ৷ জিলা আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকা , অতিৰিক্ত আৰক্ষী অধীক্ষক লুনা সোনোৱালৰ উপস্থিতিত দায়িত্ব লাভ কৰা আৰক্ষীক প্ৰশিক্ষণ প্ৰদান কৰা হয় ৷ উল্লেখ্য যে জিলাখনত ৯৯৪৮ গৰাকী যুৱক -যুৱতীয়ে পৰীক্ষাত অৱতীৰ্ণ হ’ব ৷
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|