• Home
  • »
  • News
  • »
  • assam
  • »
  • Assam Floods : বিপদসীমাৰ ওপৰেৰে বৈছে বৰাকৰ পানী, ৰাইজক সতৰ্ক হ’বলৈ আহ্বান জিলা প্ৰশাসনৰ

Assam Floods : বিপদসীমাৰ ওপৰেৰে বৈছে বৰাকৰ পানী, ৰাইজক সতৰ্ক হ’বলৈ আহ্বান জিলা প্ৰশাসনৰ

  • Share this:
বিপদসীমাৰ ওপৰেৰে বৈছে বৰাক নৈৰ পানী। ৰাইজক সতৰ্ক হ’বলৈ আহ্বান কাছাৰ জিলা প্ৰশাসনৰ। জিলা উপায়ুক্ত কীৰ্তি জলীয়ে প্ৰয়োজন নহ’লে ৰাইজক ঘৰৰ পৰা নোলাবলৈ আহ্বান জনাইছে। উল্লেখযোগ্য যে বানৰ কবলত পৰিছে জিলাখনৰ প্ৰায় ২৫ হাজাৰ লোক। বৰাকৰ নৈৰ পানীয়ে বিপদসীমা অতিক্ৰম কৰাৰ পিছতে প্ৰশাসনে জাৰি কৰিছে সতৰ্কতা।

ৰাইজক আতংকিত নহ’বলৈ আহ্বান জনাইছে উপায়ুক্তগৰাকীয়ে। উৰাবাতৰিত বিশ্বাস নকৰিবলৈও ৰাইজক আহ্বান জনাইছে কীৰ্তি জলীয়ে।
Published by:Sanjay Kumar Das
First published: