ৰাষ্ট্ৰীয় ঘাইপথৰ এই অংশ বন্ধ কৰাৰ বাবে বৰাকৰ তিনিখন জিলাৰ যোগাযোগ ব্যাহত হৈ পৰিছে।
ৰাষ্ট্ৰীয় ঘাইপথৰ এই অংশ বন্ধ কৰাৰ বাবে বৰাকৰ তিনিখন জিলাৰ যোগাযোগ ব্যাহত হৈ পৰিছে।
৬নং ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ ঘোষণা হাইলাকান্দি জিলা প্ৰশাসনৰ। ৬নং ৰাষ্ট্ৰীয় ঘাইপথৰ বদৰপুৰ ঘাটৰ পৰা ধলেশ্বৰলৈকে সকলো প্ৰকাৰৰ যান–বাহনৰ চলাচল নিষিদ্ধ। বৰাক নৈৰ বাঢ়নী পানীয়ে ঘাইপথ প্লাৱিত কৰাৰ বাবে এই সিদ্ধান্ত জিলা প্ৰশাসনৰ।
ৰাষ্ট্ৰীয় ঘাইপথৰ এই অংশ বন্ধ কৰাৰ বাবে বৰাকৰ তিনিখন জিলাৰ যোগাযোগ ব্যাহত হৈ পৰিছে। ৬নং ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ কৰাৰ ফলত তীব্ৰ যানজঁটৰ সৃষ্টি হৈছে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|