মুখ্যপৃষ্ঠা »খবৰ »অসম »Assam Floods : পাঠশালাত পহুমাৰা নৈৰ ধ্বংসলীলা, মেধিকুছিত চিঙিল মথাউৰি

Assam Floods : পাঠশালাত পহুমাৰা নৈৰ ধ্বংসলীলা, মেধিকুছিত চিঙিল মথাউৰি

ৰাজ্যৰ আন আন প্ৰান্ততো অব্যাহত আছে বানৰ তাণ্ডৱ। বিভিন্ন স্থানত মথাউৰি চিগাৰ ফল আলৈ–আথানি নোহোৱা হৈছে বানাক্ৰান্ত লোকৰ।

ৰাজ্যৰ আন আন প্ৰান্ততো অব্যাহত আছে বানৰ তাণ্ডৱ। বিভিন্ন স্থানত মথাউৰি চিগাৰ ফল আলৈ–আথানি নোহোৱা হৈছে বানাক্ৰান্ত লোকৰ।

  • Share this:
পাঠশালাত পহুমাৰা নৈৰ ধ্বংসলীলা। মেধিকুছিত চিঙিল মথাউৰি। নিঃশেষ হ’ল বহু পৰিয়ালৰ বাসগৃহ। উটুৱাই নিলে অঞ্চলটোৰ আবাসীৰ ধন–সম্পদ। সাঁচতীয়া কোনো সম্পদ উদ্ধাৰ কৰিব নোৱাৰিলে অঞ্চলবাসীয়ে।

ৰাজ্যৰ আন আন প্ৰান্ততো অব্যাহত আছে বানৰ তাণ্ডৱ। বিভিন্ন স্থানত মথাউৰি চিগাৰ ফল আলৈ–আথানি নোহোৱা হৈছে বানাক্ৰান্ত লোকৰ। বহু পৰিয়ালে হেৰুৱাইছে আপোন ঘৰখন। সৰ্বস্বান্ত এতিয়া নিজৰ প্ৰাণটো হাতত লৈ নিৰাপদ স্থানত আশ্ৰয় গ্ৰহণ কৰিছে বানাক্ৰান্তই।

শেহতীয়া বাতৰি