ঘণ্টাই প্ৰতি বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ, অতিক্ৰম কৰিছে বিপদসীমা

বিপদসীমাৰ ৬৫ ছেণ্টিমিটাৰ ওপৰেৰে বাগৰিছে পানী। বৰ্তমান ৫০.৩৩ ছেন্টিমিটাৰেৰে বৈ আছে মহাবাহুৰ পানী। নিশা ১২ বজালৈ আছিল ৫০.১২ ছেণ্টিমিটাৰ। 

News18-Assam
Updated:July 14, 2019, 12:21 PM IST
ঘণ্টাই প্ৰতি বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ, অতিক্ৰম কৰিছে বিপদসীমা
বিপদসীমাৰ ৬৫ ছেণ্টিমিটাৰ ওপৰেৰে বাগৰিছে পানী। বৰ্তমান ৫০.৩৩ ছেন্টিমিটাৰেৰে বৈ আছে মহাবাহুৰ পানী। নিশা ১২ বজালৈ আছিল ৫০.১২ ছেণ্টিমিটাৰ। 
News18-Assam
Updated: July 14, 2019, 12:21 PM IST
ঘণ্টাই প্ৰতি বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ। ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠই অতিক্ৰম কৰিছে বিপদসীমা ।বিপদসীমাৰ ৬৫ ছেণ্টিমিটাৰ ওপৰেৰে বাগৰিছে পানী।



বৰ্তমান ৫০.৩৩ ছেন্টিমিটাৰেৰে বৈ আছে মহাবাহুৰ পানী। নিশা ১২ বজালৈ আছিল ৫০.১২ ছেণ্টিমিটাৰ। প্ৰতি ঘণ্টাত ২-৩ ছেণ্টিমিটাৰ বৃদ্ধি হৈছে জলপৃষ্ঠ।
আৰু চাওক পৰৱৰ্তী বাতৰি