
দেওবাৰে চেপ্তিত বানত উটি গৈছিল দুই কিশোৰ। দুই কিশোৰ বানত উটি যোৱাৰ দৃশ্য আবদ্ধ হৈছিল লগৰীয়াৰ ম’বাইল কেমেৰাত।
দেওবাৰে চেপ্তিত বানত উটি গৈছিল দুই কিশোৰ। দুই কিশোৰ বানত উটি যোৱাৰ দৃশ্য আবদ্ধ হৈছিল লগৰীয়াৰ ম’বাইল কেমেৰাত।
ৰঙিয়াত বানত উটি যোৱা কিশোৰৰ মৃতদেহ উদ্ধাৰ। হিমাংশু দাস নামৰ কিশোৰজনৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। এতিয়াও সন্ধানহীন জুমন দাস নামৰ কিশোৰজন। দেওবাৰে চেপ্তিত বানত উটি গৈছিল দুই কিশোৰ। দুই কিশোৰ বানত উটি যোৱাৰ দৃশ্য আবদ্ধ হৈছিল লগৰীয়াৰ ম’বাইল কেমেৰাত।
নিখোজ কিশোৰজনৰ সন্ধানত এতিয়াও অভিযান অব্যাহত আছে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|