• Home
  • »
  • News
  • »
  • assam
  • »
  • Assam Floods : কামপুৰত অপৰিৱৰ্তিত বান পৰিস্থিতি, কপিলিয়ে সংহাৰ চলোৱাৰ সময়তে এইবাৰ নিখাৰী নৈৰ ভয়ংকৰ ৰূপ

Assam Floods : কামপুৰত অপৰিৱৰ্তিত বান পৰিস্থিতি, কপিলিয়ে সংহাৰ চলোৱাৰ সময়তে এইবাৰ নিখাৰী নৈৰ ভয়ংকৰ ৰূপ

সমগ্ৰ অঞ্চলজুৰি এতিয়া কেৱল পানী আৰু পানী। আলৈ–আথানি নোৱা হৈছে বানাক্ৰান্তৰ। বানত আবদ্ধ বহু লোক।

সমগ্ৰ অঞ্চলজুৰি এতিয়া কেৱল পানী আৰু পানী। আলৈ–আথানি নোৱা হৈছে বানাক্ৰান্তৰ। বানত আবদ্ধ বহু লোক।

সমগ্ৰ অঞ্চলজুৰি এতিয়া কেৱল পানী আৰু পানী। আলৈ–আথানি নোৱা হৈছে বানাক্ৰান্তৰ। বানত আবদ্ধ বহু লোক।

  • Share this:
নগাঁৱৰ কামপুৰত অপৰিৱৰ্তিত বান পৰিস্থিতি। কপিলি নৈৰ বানে কামপুৰৰ বিভিন্ন অঞ্চলত ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰাৰ সময়তে এইবাৰ নিখাৰী নৈয়ে লৈছে ভয়ংকৰ ৰূপ। নিখাৰীৰ পানী কামপুৰ–কঠিয়াতলী পথৰ ওপৰেৰে বাগৰাৰ লগতে বাঢ়নী পানীয়ে প্লাৱিত কৰিছে ২০খনৰো অধিক গাঁও।


সমগ্ৰ অঞ্চলজুৰি এতিয়া কেৱল পানী আৰু পানী। আলৈ–আথানি নোৱা হৈছে বানাক্ৰান্তৰ। বানত আবদ্ধ বহু লোক।
Published by:Sanjay Kumar Das
First published: