হঠাতে ঘটা এই ঘটনাৰ পিছতে লগে লগে ৰাইজে এজনক জীৱন্তে উদ্ধাৰ কৰে।
হঠাতে ঘটা এই ঘটনাৰ পিছতে লগে লগে ৰাইজে এজনক জীৱন্তে উদ্ধাৰ কৰে।
কামপুৰত হঠাতে বানত উটি গ'ল দুজন কিশোৰ ৷ কামপুৰ কুঁহিমাৰীত এই ঘটনা সংঘটিত হয় ৷ কিশোৰ দুজন বিনন্দ নাথ আৰু আশিস নাথ বুলি জানিব পৰা গৈছে ৷
হঠাতে ঘটা এই ঘটনাৰ পিছতে লগে লগে ৰাইজে এজনক জীৱন্তে উদ্ধাৰ কৰে। কিন্তু ৰাইজে আনজন কিশোৰক উদ্ধাৰ কৰিব নোৱাৰিলে (teenagers slipped into water)।
উদ্ধাৰকৃত কিশোৰজন আশিস নাথ। এতিয়াও সন্ধানহীন বিনন্দ নাথক উদ্ধাৰৰ বাবে ঘটনাস্থলীলৈ ৰাওনা হৈছে SDRF বাহিনীৰ দল ৷ উল্লেখ্য, দুই কিশোৰে মিলি বানপানী (Assam Flood) চাবলৈ গৈ পিছলি পৰিছিল পানীত।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|