শিলচৰত বানত উটি গ’ল এজন লোক

News18-Assam
Updated:July 13, 2019, 1:48 PM IST
শিলচৰত বানত উটি গ’ল এজন লোক
বিশেষভাৱে সক্ষম লোকজনৰ নাম অভি দাস। শিলচৰ পৌৰসভাৰ নৈশ চকীদাৰ আছিল দাস।

বিশেষভাৱে সক্ষম লোকজনৰ নাম অভি দাস। শিলচৰ পৌৰসভাৰ নৈশ চকীদাৰ আছিল দাস।

  • Share this:
শিলচৰত বানত উটি গ’ল ৫১ বছৰীয়া এজন লোক। বিশেষভাৱে সক্ষম লোকজনৰ নাম অভি দাস। শিলচৰ পৌৰসভাৰ নৈশ চকীদাৰ আছিল দাস। নিখোজ লোকজনৰ সন্ধানত SDRFৰ অভিযান অব্যাহত।
First published: July 13, 2019, 1:48 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি