মুখ্যপৃষ্ঠা »খবৰ »অসম »অসমৰ বানাক্ৰান্তৰ কাষত নৌ–সেনাৰ এইসকল বিষয়া, ক’লে – অকলশৰীয়া নহয় অসম

অসমৰ বানাক্ৰান্তৰ কাষত নৌ–সেনাৰ এইসকল বিষয়া, ক’লে – অকলশৰীয়া নহয় অসম

অসমৰ বানাক্ৰান্তৰ বাবে সহায়ৰ আহ্বান নৌ–সেনাৰ বিষয়াৰ। ছচিয়েল মিডিয়াত এক ভিডিঅ’যোগে অসমৰ বানাক্ৰান্তক সহায়ৰ আহ্বান জনাইছে এইসকল বিষয়াই।

অসমৰ বানাক্ৰান্তৰ বাবে সহায়ৰ আহ্বান নৌ–সেনাৰ বিষয়াৰ। ছচিয়েল মিডিয়াত এক ভিডিঅ’যোগে অসমৰ বানাক্ৰান্তক সহায়ৰ আহ্বান জনাইছে এইসকল বিষয়াই।

  • Share this:
    অসমৰ বানাক্ৰান্তৰ কাষত থিয় হৈছে নৌ–সেনাৰ বিষয়া। ছচিয়েল মিডিয়াযোগে সকলোকে বানাক্ৰান্তক সহায় কৰিবলৈ আহ্বান জনাইছে নৌ–সেনাৰ দলটোৱে। ছচিয়েল মিডিয়াত এক ভিডিঅ’ প্ৰকাশ কৰি নৌ–সেনাৰ দলটোৱে কেপচনত লিখিছে – ‘অসমৰ বাবে সাহায্য আগবঢ়াওক। প্ৰায় ৪৩ লাখ লোক বানত আক্ৰান্ত হৈছে। তেওঁলোকক আমাৰ সহায়ৰ প্ৰয়োজন। অসমৰ লোকসকলে অকলশৰীয়া অনুভৱ কৰিব নালাগে। অসম অকলশৰীয়া নহয়।’ দান–বৰঙণি আগবঢ়াবৰ বাবে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ লিংকো শ্বেয়াৰ কৰিছে বিষয়াকেইজনে।

    শেহতীয়া বাতৰি