মুখ্যপৃষ্ঠা »খবৰ »অসম »বানপানীয়ে ভাঙিলে ৰাজ্যৰ ৩০ টা মথাউৰিঃ হিমন্ত বিশ্ব শৰ্মা

বানপানীয়ে ভাঙিলে ৰাজ্যৰ ৩০ টা মথাউৰিঃ হিমন্ত বিশ্ব শৰ্মা

বানপানীৰ ফলত ৰাজ্যত এতিয়া লৈকে ক্ষতিৰ পৰিমাণ প্ৰায় ১০০০ কোটি টকা

বানপানীৰ ফলত ৰাজ্যত এতিয়া লৈকে ক্ষতিৰ পৰিমাণ প্ৰায় ১০০০ কোটি টকা

বানপানীৰ ফলত ৰাজ্যত এতিয়া লৈকে ক্ষতিৰ পৰিমাণ প্ৰায় ১০০০ কোটি টকা

  • Share this:
    বানৰ ফলত ৰাজ্যত চৰকাৰী তথ্য অনুসৰি ৩০টা মাথাউৰী ভাঙিছে। ইয়াৰ ভিতৰত আছে DRDA ৰ ১২টা মাথাউৰী। এই কথা জানিবলৈ দিয়ে ৰাজ্যৰ বিত্ত, গড়কাপ্তানী মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। সেইদৰে বানপানীৰ পিছতে গোটেই কেইটা ভগ্ন মথাউৰি নতুনকৈ নিৰ্মাণ কৰা হ’ব বুলি উল্লেখ কৰে মন্ত্ৰী ড০ শৰ্মাই।

    সেইদৰে বানপানীৰ ফলত ৰাজ্যত এতিয়া লৈকে ক্ষতিৰ পৰিমাণ প্ৰায় ১০০০ কোটি টকা। তাৰ সমান্তৰাল ভাবে বানপানীৰ ফলত এতিয়ালৈকে সৰ্বাধিক গড়কাপ্তানী বিভাগৰ ৩৩৫ কোটি টকা ক্ষতি হৈছে বুলি জানিবলৈ দিয়ে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

    শেহতীয়া বাতৰি