• Home
  • »
  • News
  • »
  • assam
  • »
  • ১ বছৰৰ ভিতৰতে হ’ব ১ লাখ নিযুক্তি পৰ্ব, সম্পূৰ্ণ ৰূপে সাজু বিত্ত বিভাগ – ক’লে বিত্ত মন্ত্ৰী অজন্তা নেওগে

১ বছৰৰ ভিতৰতে হ’ব ১ লাখ নিযুক্তি পৰ্ব, সম্পূৰ্ণ ৰূপে সাজু বিত্ত বিভাগ – ক’লে বিত্ত মন্ত্ৰী অজন্তা নেওগে

অংগনৱাড়ীৰ খাদ্যক লৈ প্ৰতিখন জিলাৰ উপায়ুক্তলৈ সমাজ কল্যাণ মন্ত্ৰীৰ কাঢ়া নিৰ্দেশ। প্ৰতিগৰাকী শিশুয়ে লাভ কৰিব লাগিব অংগনাৱাড়ীৰ খাদ্য।

  • Share this:
১ বছৰৰ ভিতৰতে হ’ব ১ লাখ নিযুক্তি পৰ্ব। তৃতীয়–চতুৰ্থ বৰ্গৰ পদৰ একেলগে হ’ব বাচনি পৰীক্ষা। ১ লাখ নিযুক্তি দিবলৈ সম্পূৰ্ণ ৰূপে সাজু বিত্ত বিভাগ। কেবিনেট সিদ্ধান্ত অনুসৰি নিযুক্তি পৰ্বৰ বাবে গঠন আয়োগ। আযোগৰ নিয়ন্ত্ৰণত হ’ব নিযুক্তি পৰ্ব। এই কথা জনালে বিত্ত মন্ত্ৰী অজন্তা নেওগে।

আনহাতে, অংগনৱাড়ীৰ খাদ্যক লৈ প্ৰতিখন জিলাৰ উপায়ুক্তলৈ সমাজ কল্যাণ মন্ত্ৰীৰ কাঢ়া নিৰ্দেশ। প্ৰতিগৰাকী শিশুয়ে লাভ কৰিব লাগিব অংগনাৱাড়ীৰ খাদ্য। পেকেট কৰা খাদ্য সকলো শিশুক প্ৰদানৰ নিৰ্দেশ।

কোভিড মহামাৰীৰ বাবে বন্ধ হৈ আছিল অংগনাবাড়ীৰ খাদ্য। অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰভাৱ অংগণাৱাড়ীৰ কেন্দ্ৰৰ খাদ্য যোগানত নপৰে বুলিও মন্তব্য অজন্তা নেওগৰ। পূৰ্বৰ ফলক অনুসৰি যোগান ধৰা হ’ব খাদ্য।

Assam News Today | News in Assamese | Latest News in Assamese
Published by:Sanjay Kumar Das
First published: