• Home
  • »
  • News
  • »
  • assam
  • »
  • চূড়ান্ত NRCত অন্তৰ্ভুক্ত হ’ল ৩,১১,২১,০০৪ জনৰ নাম

চূড়ান্ত NRCত অন্তৰ্ভুক্ত হ’ল ৩,১১,২১,০০৪ জনৰ নাম

জিলাই জিলাই স্পৰ্শকাতৰ অঞ্চলসমূহত বৃদ্ধি কৰা হৈছে নিৰাপত্তা।

জিলাই জিলাই স্পৰ্শকাতৰ অঞ্চলসমূহত বৃদ্ধি কৰা হৈছে নিৰাপত্তা।

জিলাই জিলাই স্পৰ্শকাতৰ অঞ্চলসমূহত বৃদ্ধি কৰা হৈছে নিৰাপত্তা।

  • Share this:
    বহু প্ৰতীক্ষাৰ অন্ত পেলাই প্ৰকাশ পালে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী। ১০ বজাত NRC কৰ্তৃপক্ষই প্ৰকাশ কৰিলে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী। NRC ৱেবছাইটত উপলব্ধ চূড়ান্ত নাগৰিকপঞ্জী। চূড়ান্ত NRCত অন্তৰ্ভুক্ত হ’ল ৩,১১,২১,০০৪ জনৰ নাম। তাৰ বিপৰীতে NRCৰ পৰা বাদ পৰিল ১৯,০৬,৬৫৭জন লোকৰ নাম।

    আপোনাৰ নাম চাবৰ বাবে টাইপ কৰিব লাগিব ARN নম্বৰ। কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা যাতে সংঘটিত নহয় তাৰ বাবে আৰক্ষী–প্ৰশাসনে গঢ়ি তুলিছে কটকটীয়া নিৰাপত্তা ব্যৱস্থা। জিলাই জিলাই স্পৰ্শকাতৰ অঞ্চলসমূহত বৃদ্ধি কৰা হৈছে নিৰাপত্তা।
    First published:

    শেহতীয়া বাতৰি