মুখ্যপৃষ্ঠা »খবৰ »অসম »Guwahati Diaries: অসম ৰাজ্যিক চলচ্চিত্ৰ নিগমৰ তৰফৰ পৰা প্ৰথম বাৰৰ বাবে অসমীয়া ছবিৰ প্ৰচাৰৰ বাবে ১০ খনকৈ ৰাজসাহায্যযুক্ত হোৰ্ডিঙৰ ব্যৱস্থা ...

Guwahati Diaries: অসম ৰাজ্যিক চলচ্চিত্ৰ নিগমৰ তৰফৰ পৰা প্ৰথম বাৰৰ বাবে অসমীয়া ছবিৰ প্ৰচাৰৰ বাবে ১০ খনকৈ ৰাজসাহায্যযুক্ত হোৰ্ডিঙৰ ব্যৱস্থা ...

অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগমৰ তৰফৰ পৰা পোন প্ৰথম বাৰৰ বাবে অসমীয়া ছবিৰ প্ৰচাৰৰ বাবে ১০ খনকৈ ৰাজসাহায্যযুক্ত হোৰ্ডিঙৰ ব্যৱস্থা কৰা হৈছে।

  • Share this:
অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগমৰ তৰফৰ পৰা পোন প্ৰথম বাৰৰ বাবে অসমীয়া ছবিৰ প্ৰচাৰৰ বাবে ১০ খনকৈ ৰাজসাহায্যযুক্ত হোৰ্ডিঙৰ ব্যৱস্থা কৰা হৈছে। "গুৱাহাটী ডায়েৰীজ" হৈছে নিগমৰ ৰাজসাহায্যযুক্ত হোৰ্ডিং ব্যৱহাৰ কৰা প্ৰথমখন অসমীয়া কথাছবি। এই কথা জনাইছে অসম ৰাজ্যিক চলচ্চিত্ৰৰ অধ্যক্ষ সীমান্ত শেখৰে।

মাত্ৰ অসমীয়া চলচ্চিত্ৰ প্ৰচাৰৰ বাবে সাজু কৰি তোলা এই হোৰ্ডিং সমূহ খুবেই কম খৰছত ব্যৱহাৰ কৰিব পাৰিব বুলি জনোৱাৰ লগতে তেওঁ অসমীয়া ছবিৰ প্ৰযোজক সকলে যাতে ছবিৰ প্ৰচাৰৰ বাবে বহুত বেছি ধন খৰছ কৰিব লগা নহয় তাৰ বাবে এই ব্যৱস্থা কৰা হৈছে বুলি অৱগত কৰে।

শেহতীয়া বাতৰি