মুখ্যপৃষ্ঠা » খবৰ

» অসম

»Assam Exit Poll Results: অধিকাংশই দিলে ৰাজ্যত বিজেপি চৰকাৰ হোৱাৰ ইংগিত, অখিল গগৈ-লুৰিণ গগৈৰ কি হ'ব?

Assam Exit Poll Results: অধিকাংশই দিলে ৰাজ্যত বিজেপি চৰকাৰ হোৱাৰ ইংগিত, অখিল গগৈ-লুৰিণ গগৈৰ কি হ'ব?

News18 Assam | News18-Assam
Updated:April 29, 2021, 8:16 PM IST
Assam Exit Poll Results: অধিকাংশই দিলে ৰাজ্যত বিজেপি চৰকাৰ হোৱাৰ ইংগিত, অখিল গগৈ-লুৰিণ গগৈৰ কি হ'ব?
কেৱল দুটা এজেন্সীক বাদ দি বাকী প্ৰায় সকলোৱেই অসমত বিজেপিক নিৰংকুশ সংখ্যাগৰিষ্ঠতা দিছে।

কেৱল দুটা এজেন্সীক বাদ দি বাকী প্ৰায় সকলোৱেই অসমত বিজেপিক নিৰংকুশ সংখ্যাগৰিষ্ঠতা দিছে।

  • Share this:
অহা ২ মে'ত ঘোষণা হ'ব অসম বিধানসভা নিৰ্বাচনৰ ভোটগণনা। কিন্তু ভোটগণনাৰ পূৰ্বে দেশৰ বহুকেইটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ এজেন্সীয়ে চলোৱা সমীক্ষাত ৰাজ্যত পুনৰ বিজেপি চৰকাৰ হোৱাৰ ইংগিত দিছে।

কেৱল দুটা এজেন্সীক বাদ দি বাকী প্ৰায় সকলোৱেই অসমত বিজেপিক নিৰংকুশ সংখ্যাগৰিষ্ঠতা দিছে।

সমীক্ষা অনুসৰিঃ

AAJTAK-

বিজেপি মিত্ৰজোঁটঃ
বিজেপি- ৬১ৰ পৰা ৬৫ খন আসন
অগপ- ৯ৰ পৰা ১৩ খন আসন

UPPL-৫ৰ পৰা ৭ খন আসন

কংগ্ৰেছ মহাজোঁটঃ
কংগ্ৰেছ- ২৪ৰ পৰা ৩০খন আসন
AIUDF-১৩ৰ পৰা ১৬ খন আসন
বিপিএফ- ৩ৰ পৰা ৪খন আসন

India Today Exit Poll-

বিজেপি মিত্ৰজোঁট- ৭৫ৰ পৰা ৮৫ খন আসন
কংগ্ৰেছ মহাজোঁট-৪০ৰ পৰা ৫০ খন আসন
অন্যান্য-১ৰ পৰা ৪খন আসন

Todays Chanakya's Exit Poll 2021:



    • বিজেপি+ 70 ± 9 Seats

    • কংগ্ৰেছ+ 56 ± 9 Seats

    • অন্যান্য 00 ± 3 Seats




ABP, C-Voters Exit Poll:



    • বিজেপি মিত্ৰজোঁট- ৫৮-৭১ খন আসন

    • কংগ্ৰেছ মহাজোঁট- ৫৩-৬৬  খন আসন।

    • অন্যান্য- ০-৫ খন আসন।




NDTV Exit Polls:




    • বিজেপি মিত্ৰজোঁট- ৭৫ খন আসন।

    • কংগ্ৰেছ মহাজোঁট- ৫০ খন আসন।

    • অন্যান্য- ২ খন আসন




Republic- CNX Exit Polls:





    • বিজেপি মিত্ৰজোঁট- ৭৪-৮৪খন আসন

    • কংগ্ৰেছ মহাজোঁট- ৪০-৫০ খন আসন

    • অন্যান্য- ১ৰ পৰা ৪ খন আসন




TV9 Exit Polls:





    • বিজেপি মিত্ৰজোঁট- ৫৯-৬৯খন আসন।

    • কংগ্ৰেছ মহাজোঁট- ৫৫-৬৫ খন আসন।

    • অন্যান্য- ১ৰ পৰা ৩ খন আসন।




TIMES Now Exit Polls:

  • বিজেপি মিত্ৰজোঁট- ৭২খন আসন।

  • কংগ্ৰেছ মহাজোঁট- ৫৩ খন আসন।

  • অন্যান্য- এখন আসন।


Published by: Himangshu Bhuyan
First published: April 29, 2021, 8:16 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি