সপ্তমীৰ নিশা মহানগৰীত আবকাৰী বিভাগৰ অভিযান, জব্দ কেইবালাখ টকাৰ অবৈধ সুৰা

সুৰা সেৱন কৰি থকা সময়ত ৫ জনক আটক

News18-Assam
Updated:October 6, 2019, 10:52 AM IST
সপ্তমীৰ নিশা মহানগৰীত আবকাৰী বিভাগৰ অভিযান, জব্দ কেইবালাখ টকাৰ অবৈধ সুৰা
Source-Google
News18-Assam
Updated: October 6, 2019, 10:52 AM IST
সপ্তমীৰ নিশা লখৰাৰ সাউকুছিত আবকাৰী বিভাগৰ অভিযান।সাউকুছিৰ নিউ চিটি ৰিজৰ্টত চলিল আবকাৰী বিভাগৰ অভিযান। জালুকবাৰীৰ পৰা লখৰালৈ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত থকা ধাবাতো অভিযান।অভিযানত জব্দ ১ কাৰ্টন সুৰা।সুৰা সেৱন কৰি থকা সময়ত ৫ জনক আটক । নিউ চিটি ৰিজৰ্টৰ মেনেজাৰকো কৰে আটক।
আৰু চাওক পৰৱৰ্তী বাতৰি