ৰাজ্যৰ প্ৰাক্তন DGP খগেন শৰ্মাৰ দেহাৱসান

গুৱাহাটীৰ চানভেলী হস্পাতালত চিকিৎসাধীন হৈ আছিল খগেন শৰ্মা

News18-Assam
Updated:October 25, 2019, 7:30 PM IST
ৰাজ্যৰ প্ৰাক্তন DGP খগেন শৰ্মাৰ দেহাৱসান
গুৱাহাটীৰ চানভেলী হস্পাতালত চিকিৎসাধীন হৈ আছিল খগেন শৰ্মা
News18-Assam
Updated: October 25, 2019, 7:30 PM IST
ৰাজ্যৰ প্ৰাক্তন DGP খগেন শৰ্মাৰ দেহাৱসান।

দীৰ্ঘদিন ধৰি চিকৎসাধীন হৈ আছিল শৰ্মা।

শুকুৰবাৰে  সন্ধিয়া প্ৰায় ৭.১৫ বজাত মৃত্যু হয় ৰাজ্যৰ প্ৰাক্তন ডিজিপিগৰাকী।

গুৱাহাটী চানভেলী হস্পাতালত চিকিৎসাধীন হৈ আছিল শৰ্মা।

দীৰ্ঘদিন ধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ আছিল খগেন শৰ্মা।
আৰু চাওক পৰৱৰ্তী বাতৰি