মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ সৰ্বানন্দ সোণোৱালে আগবঢ়ালে আঢ়ৈ লাখ টকাৰ বৰঙণি

News18 Assam | News18-Assam
Updated:June 10, 2021, 12:28 PM IST
মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ সৰ্বানন্দ সোণোৱালে আগবঢ়ালে আঢ়ৈ লাখ টকাৰ বৰঙণি
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ হাতত এই ধনৰাশিৰ চেক অৰ্পণ কৰে সৰ্বানন্দ সোণোৱালে।

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ হাতত এই ধনৰাশিৰ চেক অৰ্পণ কৰে সৰ্বানন্দ সোণোৱালে।

  • Share this:
মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ আঢ়ৈ লাখ টকাৰ বৰঙণি আগবঢ়ালে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। কোভিড-১৯ৰ বিৰুদ্ধে টীম অসমৰ যুঁজখনৰ অংশ হিচাপে টিকাকৰণ অভিযানক অধিক শক্তিশালী কৰি তুলিবলৈ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আগবঢ়াইছে এই বৰঙনি। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ হাতত এই ধনৰাশিৰ চেক অৰ্পণ কৰে সৰ্বানন্দ সোণোৱালে।
Published by: Sanjay Kumar Das
First published: June 10, 2021, 12:28 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি