বোকাখাতৰ লখৌজানত দুৰ্ঘটনাত পতিত কনভয়টো। তীব্ৰ বেগী ডাম্পাৰে খুন্দা মাৰে দনভয়ত থকা আৰক্ষীৰ বলেৰ'ত।
বোকাখাতৰ লখৌজানত দুৰ্ঘটনাত পতিত কনভয়টো। তীব্ৰ বেগী ডাম্পাৰে খুন্দা মাৰে দনভয়ত থকা আৰক্ষীৰ বলেৰ'ত।
প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কনভয় দুৰ্ঘটনাগ্ৰস্ত।
বোকাখাতৰ লখৌজানত দুৰ্ঘটনাত পতিত কনভয়টো।
বিপৰীত দিশৰ পৰা অহা তীব্ৰ বেগী ডাম্পাৰে খুন্দিয়ায় কনভয়ত থকা আৰক্ষীৰ বলেৰ'ত।
প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কনভয়টো গুৱাহাটীৰ পৰা যোৰহাট অভিমুখে যাত্ৰা কৰিছিল।
AS-05-C-6309 নম্বৰৰ ডাম্পাৰখনে খুন্দিয়ায় AS-30-8766 নম্বৰৰ বলেৰ'খনত।
দুৰ্ঘটনাত আহত হয় দুজন নিৰাপত্তাৰক্ষী। অৱশ্যে সোণোৱালৰ কোনো আঘাট হোৱা নাই।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|