• Home
  • »
  • News
  • »
  • assam
  • »
  • জল জীৱন মিছন আচঁনিৰ যোগেদি অসমৰ প্ৰতিঘৰ মানুহে ২০২৪ চনৰ ভিতৰত বিশুদ্ধ খোৱা পানী পাব: জয়ন্ত মল্ল বৰুৱা

জল জীৱন মিছন আচঁনিৰ যোগেদি অসমৰ প্ৰতিঘৰ মানুহে ২০২৪ চনৰ ভিতৰত বিশুদ্ধ খোৱা পানী পাব: জয়ন্ত মল্ল বৰুৱা

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সপোনৰ জল জীৱন মিছন। ঘৰে ঘৰে বিশুদ্ধ খোৱা পানী। অসমত ইতিমধ্যে ২৪ লাখ বাসগৃহত সংযোগ কৰিছে। জল জীৱন মিছন আচঁনিৰ যোগেদি অসমৰ প্ৰতিঘৰ মানুহে ২০২৪ চনৰ ভিতৰত বিশুদ্ধ খোৱা পানী পাব বুলি জনাইছে বিভাগীয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই।

  • Share this:
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সপোনৰ জল জীৱন মিছন। জল জীৱন মিছন আচঁনিৰ যোগেদি অসমৰ প্ৰতিঘৰ মানুহে ২০২৪ চনৰ ভিতৰত বিশুদ্ধ খোৱা পানী পাব। এইক্ষেত্ৰত সোমবাৰে জনস্বাস্থ্য কাৰিকৰী বিভাগে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ লগত এক বুজাবুজিৰ চুক্তিত সাক্ষৰ কৰে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সপোনৰ জল জীৱন মিছন। ঘৰে ঘৰে বিশুদ্ধ খোৱা পানী। অসমত ইতিমধ্যে ২৪ লাখ বাসগৃহত সংযোগ কৰিছে। জল জীৱন মিছন আচঁনিৰ যোগেদি অসমৰ প্ৰতিঘৰ মানুহে ২০২৪ চনৰ ভিতৰত বিশুদ্ধ খোৱা পানী পাব বুলি জনাইছে বিভাগীয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। এইক্ষেত্ৰত সোমবাৰে জনস্বাস্থ্য কাৰিকৰী বিভাগে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ লগত এক বুজাবুজিৰ চুক্তিতো সাক্ষৰ কৰে। এই বুজাবুজিৰ চুক্তিৰ জৰিয়তে অসম গ্ৰামীণ জিৱিকা অভিজানে আত্মসহায়ক গোটৰ সহায়ত প্ৰতিখন গাঁৱলৈ গৈ পানীৰ প্ৰয়োজনীয়তা সম্পৰ্কত সজাগতা আনিব। অসমত ২৪ লাখ ঘৰত ইতিমধ্যে সংযোগ দিছে। প্ৰতিঘৰ মানুহৰ ঘৰলৈ গৈ পানীৰ বিশুদ্ধতাৰ ওপৰত পৰিক্ষা কৰিব আত্মসহায়ক গোটে। আত্মসহায়ক গোটক পৰিকল্পনা কৰিবলৈ চৰকাৰে কীট যোগান ধৰিব। প্ৰতিঘৰত তিনিটাকৈ পৰীক্ষা কৰিলে ৬০ টকা পাব আত্মসহায়ক গোটে। অসমৰ জল জীৱন মিছনক জন আন্দোলনলৈ লৈ যাম বুলি কয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সপোনৰ জল জীৱন মিছনৰ লগত জৰিত হোৱাৰ বাবে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সৈতে হোৱা বুজা বুজিৰ চুক্তিকলৈ উৎফুল্লিত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ। অৱশ্যে এইক্ষেত্ৰত অসমৰ জনসাধাৰণ বিশেষকৈ গ্ৰামাঞ্চলৰ ৰাইজে এই জল জীৱন মিছনক নিজৰ সম্পত্তি বুলি ভাবিব লাগিব বুলি কয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই।
Published by:Kokil Sarma
First published:

শেহতীয়া বাতৰি