অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ ৰেগিং কাণ্ডৰ নতুন মোৰ। প্ৰকৃততে বিশাল কাশ্যপ শালৈ নামৰ ছাত্ৰজনৰ লগত ৰেগিং নে মাৰপিট হৈছিল? এজাহাৰত কিয় স্পষ্টকৈ ৰেগিং বুলি নিলিখিলে অভিযোগকাৰী বিশালে? প্ৰকৃততে যদি অভিযোগ সদ্য আছিল, তেন্তে কিয় বিশালে কোনো ধৰণৰ মন্তব্য দিয়াৰ পৰা বিৰত আছে?
undefined
ব্যক্তিগত কাজিয়াক ৰেগিঙৰ নাম দিয়া হৈছে নেকি? তাক লৈ সৃষ্টি হৈছে ৰহস্যৰ। এই সন্দৰ্ভত দুজন ছাত্ৰক আটক কৰিছিল আৰক্ষীয়ে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।
- First Published :