মুখ্যপৃষ্ঠা »খবৰ »অসম »Assam Encounter | ৰাজ্যত পুনৰ এনকাউণ্টাৰ, আৰক্ষীৰ গুলীত আহত বিছা

Assam Encounter | ৰাজ্যত পুনৰ এনকাউণ্টাৰ, আৰক্ষীৰ গুলীত আহত বিছা

ড্ৰাগছ ব্যৱসায়ীটোৰ কান্ধত আঘাত কৰিছে গুলীয়ে৷ প্ৰায় ২৯ বছৰীয়া বিছা মিঞা নামৰ গুলীবিদ্ধ ড্ৰাগছ ব্যৱসায়ীটোৰ ঘৰ বৰপেটাৰ ভালুকীগাঁৱত৷

  • Share this:
ৰাজ্যত পুনৰ এনকাউণ্টাৰৰ ঘটনা (Assam Encounter)৷ এইবাৰ বৰপেটাৰোডৰ  (Barpetaroad)মাজগাঁৱত ড্ৰাগছ ব্যৱসায়ীক উদ্দেশ্যি আৰক্ষীৰ গুলীচালনা৷ বাক্সাৰ গোৱৰ্ধনা থানাৰ আৰক্ষীৰ গুলীত আহত ড্ৰাগছ ব্যৱসায়ীজন৷ আহত ড্ৰাগছ ব্যৱসায়ীজনৰ নাম বিছা মিঞা।

আৰক্ষীয়ে জনোৱা মতে, ড্ৰাগছ ব্যৱসায়ীটোৰ কান্ধত আঘাত কৰিছে গুলীয়ে৷ প্ৰায় ২৯ বছৰীয়া বিছা মিঞা নামৰ গুলীবিদ্ধ ড্ৰাগছ ব্যৱসায়ীটোৰ ঘৰ বৰপেটাৰ ভালুকীগাঁৱত৷

আৰু পঢ়ক : আজি মূৰ ঠাণ্ডা কৰি ৰাখক এই ৰাশিৰ লোকসকলে, চাওক ৭ ফেব্ৰুৱাৰীৰ ৰাশিফল

গুলীবিদ্ধ ড্ৰাগছ ব্যসায়ীটোক প্ৰথমতে বৰপেটাৰোড FRUত ভৰ্তি কৰা হয় যদিও পিছত লোকজনক সংকটজনক অৱস্থাত বৰপেটা মেডিকেল কলেজ হাস্পতালত প্ৰেৰণ কৰিছে চিকিৎসকে৷ বৰপেটা মেডিকেল কলেজত চিকিৎসা কৰি থকা হৈছে আহত বিছা মিঞাক৷

শেহতীয়া বাতৰি