Assam Election Results 2021: কোন সমষ্টিত কোনে মাৰিলে শেষ হাঁহি? জানি লওক এতিয়াই...

News18 Assam | News18-Assam
Updated:May 2, 2021, 9:15 PM IST
Assam Election Results 2021: কোন সমষ্টিত কোনে মাৰিলে শেষ হাঁহি? জানি লওক এতিয়াই...
কোন সমষ্টিত কোনে মাৰিলে শেষ হাঁহি?

কোন সমষ্টিত কোনে মাৰিলে শেষ হাঁহি?

  • Share this:
আজি অসম বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হয়।  এইবাৰ বিধানসভা নিৰ্বাচনত  বিজেপি মিত্ৰজোঁটে সংখ্যাগৰিষ্ঠতা লাভ কৰিছে। উজনিৰ পৰা নামনিলৈ বিজেপিৰ জয়জয় ময়ময় অৱস্থা। বহু সমষ্টিত ঈৰ্ষণীয় সফলতা লাভ কৰিছে বিজেপি মিত্ৰজোঁটে। কিন্তু তাৰ বিপৰীতে কংগ্ৰেছৰ অৱস্থা একেবাৰে শোচনীয়।

বৰ্তমানো কেইবাটাও সমষ্টিত চলি আছে ভোটগণনা। এই মুহূৰ্তলৈকে বিজেপি মিত্ৰজোঁটে ৭৫ খন আসনত অগ্ৰগতি লাভ কৰাৰ বিপৰীতে কংগ্ৰেছ মহাজোঁটে ৫০ খন আসনত অগ্ৰগতি লাভ কৰিছে।

কোন সমষ্টিত কোনে মাৰিলে শেষ হাঁহি?


  • তামুলপুৰত ইউপিপিএলৰ লেহুৰাম বড়োৰ জয়লাভ

  • যমুনামুখত এআইইউডিএফৰ চিৰাজুদ্দিন আজমলৰ জয়

  • বাঘৰবৰত কংগ্ৰেছৰ শ্বেৰমান আলীৰ জয়


  • পশ্চিম বিলাসীপাৰাত হাফিজ বছিৰ আহমেদৰ জয়

  • নাওবৈচাত কংগ্ৰেছৰ ভৰত চন্দ্ৰ নৰহৰ জয়

  • কমলপুৰত বিজেপিৰ দিগন্ত কলিতাৰ জয়লাভ

  • উত্তৰ অভয়াপুৰীত কংগ্ৰেছৰ আব্দুল বতিন খণ্ডকাৰ

  • জোনাইত বিজেপিৰ ভূপন পেগুৰ জয়

  • ডিগবৈত বিজেপিৰ সুৰেন ফুকনৰ জয়

  • উত্তৰ কৰিমগঞ্জত কংগ্ৰেছৰ কমলাক্ষ দে পুৰকায়স্থৰ জয়

  • মাহমৰাত বিজেপিৰ যোগেন মহনৰ জয়

  • সোণাৰিত বিজেপিৰ ধৰ্মেশ্বৰ কোঁৱৰৰ জয়

  • লামডিঙত বিজেপিৰ শিবু মিশ্ৰৰ জয়লাভ

  • নলবাৰীত জয়ন্ত মল্ল বৰুৱাৰ জয়লাভ

  • পূব গুৱাহাটীত বিজেপিৰ সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ জয়

  • বদৰপুৰত এআইইউডিএফৰ আব্দুল আজিজৰ জয়

  • ধলাইত বিজেপিৰ পৰিমল শুক্লবৈদ্যৰ জয়

  • পশ্চিম গোৱালপাৰাত কংগ্ৰেছৰ আব্দুল ৰছিদ মণ্ডলৰ জয়

  • মৰাণত বিজেপিৰ চক্ৰধৰ গগৈৰ জয়লাভ

  • লক্ষীপুৰত বিজেপিৰ কৌশিক ৰায়ৰ জয়

  • ভৱানীপুৰত এআইইউডিএফৰ ফণীধৰ তালুকদাৰৰ জয়

  • গোলকগঞ্জত কংগ্ৰেছৰ আব্দুচ ছাবাহাম আলী সৰকাৰৰ জয়

  • সৰভোগত চিবিআইএমৰ মনোৰঞ্জন তালুকদাৰৰ জয়

  • হাফলঙত বিজেপিৰ নন্দিতা গাৰ্লোছাৰ জয়

  • সোণাইত এআইইউডিএফৰ কৰিমউদ্দিন বৰভূঞাৰ জয়

  • লখিমপুৰত বিজেপিৰ মানৱ ডেকাৰ জয়।

  • ঢকুৱাখনাত নৱ কুমাৰ দলেৰ জয়।

  • ধেমাজীত বিজেপিৰ ৰণোজ পেগুৰ জয়।

  • চাবুৱাত অগপৰ পোণাকণ বৰুৱাৰ জয়।

  • শদিয়াত বিজেপিৰ বলীন চেতীয়াৰ জয়।

  • ছিপাঝাৰত বিজেপিৰ পৰমানন্দ ৰাজবংশীৰ জয়।

  • বিহপুৰীয়াত বিজেপিৰ ড০ অমিয় ভূঞাৰ জয়।

  • নগাঁৱত বিজেপিৰ ৰূপক শৰ্মাৰ জয়।

  • বটদ্ৰৱাত কংগ্ৰেছৰ শিৱামণি বৰাৰ জয়।

  • মাৰ্ঘেৰিটাত বিজেপিৰ ভাস্কৰ শৰ্মাৰ জয়।

Published by: Himangshu Bhuyan
First published: May 2, 2021, 9:15 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি