Assam Election Results 2021 : পাটাছাৰকুছিত ৰণজিত দাসৰ অগ্ৰগতি, বোকাখাতত আগবাঢ়িছে অতুল বৰা

News18 Assam | News18-Assam
Updated:May 2, 2021, 10:03 AM IST
Assam Election Results 2021 : পাটাছাৰকুছিত ৰণজিত দাসৰ অগ্ৰগতি, বোকাখাতত আগবাঢ়িছে অতুল বৰা
প্ৰথম ৰাউণ্ডৰ অন্তত বোকাখাত সমষ্টিত আগবাঢ়ি আছে অতুল বৰা। বোখাখাতত প্ৰথম ৰাউণ্ডত অতুল বৰাই পাইছে ৪৫০৮টা ভোট।

  • Share this:
৪২নং পাটাছাৰকুছি সমষ্টিত বিজেপিৰ ৰণজিত কুমাৰ দাসৰ অগ্ৰগতি। প্ৰথম ৰাউণ্ডৰ অন্তত দাসে লাভ কৰিছে ৫৮৮৭ ভোট। কংগ্রেছৰ শান্তনু শৰ্মাই পাইছে ৬৯০ ভোট। এজেপিৰ পবিন্দ্ৰ ডেকাই ৯৩৮টা ভোট লাভ কৰিছে।

প্ৰথম ৰাউণ্ডৰ অন্তত বোকাখাত সমষ্টিত আগবাঢ়ি আছে অতুল বৰা। বোখাখাতত প্ৰথম ৰাউণ্ডত অতুল বৰাই পাইছে ৪৫০৮টা ভোট।
Published by: Sanjay Kumar Das
First published: May 2, 2021, 10:03 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি