প্ৰথম ৰাউণ্ডৰ অন্তত বোকাখাত সমষ্টিত আগবাঢ়ি আছে অতুল বৰা। বোখাখাতত প্ৰথম ৰাউণ্ডত অতুল বৰাই পাইছে ৪৫০৮টা ভোট।

৪২নং পাটাছাৰকুছি সমষ্টিত বিজেপিৰ ৰণজিত কুমাৰ দাসৰ অগ্ৰগতি। প্ৰথম ৰাউণ্ডৰ অন্তত দাসে লাভ কৰিছে ৫৮৮৭ ভোট। কংগ্রেছৰ শান্তনু শৰ্মাই পাইছে ৬৯০ ভোট। এজেপিৰ পবিন্দ্ৰ ডেকাই ৯৩৮টা ভোট লাভ কৰিছে।
প্ৰথম ৰাউণ্ডৰ অন্তত বোকাখাত সমষ্টিত আগবাঢ়ি আছে অতুল বৰা। বোখাখাতত প্ৰথম ৰাউণ্ডত অতুল বৰাই পাইছে ৪৫০৮টা ভোট।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|