মুখ্যপৃষ্ঠা »খবৰ »অসম »Assam Election Results 2021 : ৰণত পৰিল বহু ৰথী–মহাৰথী! চাওক আপোনাৰ সমষ্টিৰ নিৰ্বাচনী ফলাফল

Assam Election Results 2021 : ৰণত পৰিল বহু ৰথী–মহাৰথী! চাওক আপোনাৰ সমষ্টিৰ নিৰ্বাচনী ফলাফল

Assam Assembly Election Results 2021 : হাজোত বিজেপিৰ সুমন হৰিপ্ৰিয়াৰ জয়। পৰাস্ত অসম জাতীয় পৰিষদৰ দুলু আহমেদ।

Assam Assembly Election Results 2021 : হাজোত বিজেপিৰ সুমন হৰিপ্ৰিয়াৰ জয়। পৰাস্ত অসম জাতীয় পৰিষদৰ দুলু আহমেদ।

Assam Assembly Election Results 2021 : হাজোত বিজেপিৰ সুমন হৰিপ্ৰিয়াৰ জয়। পৰাস্ত অসম জাতীয় পৰিষদৰ দুলু আহমেদ।

  • Share this:
বিশ্বনাথত বিজেপিৰ প্ৰমোদ বৰঠাকুৰৰ জয়।
টিংখঙত বিজেপিৰ বিমল বৰাৰ জয়।
পশ্চিম কোকৰাঝাৰত বিপিএফৰ ৰবিৰাম নাৰ্জাৰীৰ জয়।
ৰূপহীহাটত কংগ্ৰেছৰ নুৰুল হুদাৰ জয়।
সৰুক্ষেত্ৰীত কংগ্ৰেছৰ জাকিৰ হুছেইন শিকদাৰ জয়ী।
হাজোত বিজেপিৰ সুমন হৰিপ্ৰিয়াৰ জয়। পৰাস্ত অসম জাতীয় পৰিষদৰ দুলু আহমেদ।
বিহপুৰীয়াত বিজেপিৰ অমিয় কুমাৰ ভূঞা জয়ী।
গহপুৰত বিজেপিৰ উৎপল বৰাৰ জয়।
আলগাপুৰত এআইইউডিএফৰ নিজামুদ্দিন চৌধুৰীৰ জয়।
চাপাগুৰিত ইউপিপিএলৰ উৰ্খাও গৌৰা ব্ৰহ্মৰ জয়।
দুধনৈত নিৰ্দলীয় প্ৰাৰ্থী যাদৱ স্বৰ্গীয়াৰীৰ জয়।
ৰহাত কংগ্ৰেছৰ শশীকান্ত দাসৰ জয়।
গোসাঁইগাঁৱত বিপিএফৰ মাজেন্দ্ৰ নাৰ্জাৰীৰ জয়।
বাঘবৰত এআইইউডিএফৰ শ্বেৰমান আলী জয়ী.
যোৰহাটত বিজেপিৰ হিতেন্দ্ৰনাথ গোস্বামী জয়ী।
বৰমাত ইউপিপিএৰ ভূপেন বড়োৰ জয়লাভ।
গৌৰীপুৰত এআইইউডিএফৰ নিজানুৰ ৰহমানৰ জয়লাভ।
পূব বিলাসীপাৰাত এআইইউডিএফৰ চামচুল হুদাৰ জয়।
ধিঙত এআইইউডিএফৰ আমিনুল ইছলাম জয়ী।
হোজাইত বিজেপিৰ ৰামকৃষ্ণ ঘোষৰ জয়।
ডুমডুমাত বিজেপিৰ ৰূপেশ গোৱালাৰ জয়।
শদিয়াত বিজেপিৰ বলিন চেতিয়াৰ জয়।
বৰপেটাত কংগ্ৰেছৰ আব্দুৰ ৰহিম আহমেদৰ জয়।

শেহতীয়া বাতৰি