মুখ্যপৃষ্ঠা »খবৰ »অসম »Assam Election Results 2021 : মাজুলীত পুনৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোলৰ জয়লাভ

Assam Election Results 2021 : মাজুলীত পুনৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোলৰ জয়লাভ

Assam Assembly Election Results 2021 : নগাঁৱত বিজেপিৰ ৰূপক শৰ্মাৰ জয়লাভ। 

Assam Assembly Election Results 2021 : নগাঁৱত বিজেপিৰ ৰূপক শৰ্মাৰ জয়লাভ। 

Assam Assembly Election Results 2021 : নগাঁৱত বিজেপিৰ ৰূপক শৰ্মাৰ জয়লাভ। 

  • Share this:
মাজুলীত পুনৰ জয়লাভ কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। বৃহৎ ভোটৰ ব্যৱধানত জয়লাভ কৰে মুখ্যমন্ত্ৰী সোণোৱালে। 

আনহাতে, দুলীয়াজানত বিজেপিৰ তেৰছ গোৱালাৰ জয়। নগাঁৱত বিজেপিৰ ৰূপক শৰ্মাৰ জয়লাভ। লখিমপুৰত বিজেপিৰ মানৱ ডেকাই জয়লাভ কৰিছে। চামগুৰিত জয়লাভ কংগ্ৰেছৰ ৰকিবুল হুছেইনৰ। চাবুৱাত অগপৰ পোনাকণ বৰুৱাৰ জয়। ঢেকীয়াজুলিত বিজেপিৰ অশোক সিংঘলৰ জয়। ছিদলীত ইউপিপিএৰ জয়ন্ত বসুমতাৰীৰ জয়লাভ।
দেৰগাঁৱত জয়লাভ অগপৰ ভৱেন্দ্ৰ নাথ ভৰালীৰ।

শেহতীয়া বাতৰি