Assam Election Results 2021 : হাওৰাঘাট সমষ্টিত বিজেপিৰ প্ৰাৰ্থী দৰছিং ৰংহাঙৰ জয়লাভ, ডিফুত বিদ্যাছিং ইংলেং

News18 Assam | News18-Assam
Updated:May 2, 2021, 7:32 PM IST
Assam Election Results 2021 : হাওৰাঘাট সমষ্টিত বিজেপিৰ প্ৰাৰ্থী দৰছিং ৰংহাঙৰ জয়লাভ, ডিফুত বিদ্যাছিং ইংলেং
Assam Assembly Election Results 2021 : বহু সমষ্টিৰ ফলাফল ইতিমধ্যে প্ৰকাশ পাইছে যদিও কিছু সমষ্টিত এতিয়াও ফলাফল ওলাবলৈ বাকী আছে।

Assam Assembly Election Results 2021 : বহু সমষ্টিৰ ফলাফল ইতিমধ্যে প্ৰকাশ পাইছে যদিও কিছু সমষ্টিত এতিয়াও ফলাফল ওলাবলৈ বাকী আছে।

  • Share this:
ৰাজ্যত এতিয়াও অব্যাহত আছে বিধানসভা নিৰ্বাচনৰ ভোটগণনা। বহু সমষ্টিৰ ফলাফল ইতিমধ্যে প্ৰকাশ পাইছে যদিও কিছু সমষ্টিত এতিয়াও ফলাফল ওলাবলৈ বাকী আছে।

হাওৰাঘাট সমষ্টিত বিজেপিৰ প্ৰাৰ্থী দৰছিং ৰংহাঙৰ জয়লাভ। ডিফুত বিজেপিৰ প্ৰাৰ্থী বিদ্যাছিং ইংলেঙে জয়লাভ কৰিছে।
Published by: Sanjay Kumar Das
First published: May 2, 2021, 7:32 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি