
file image
Assam Assembly Election Results 2021 : বহু সমষ্টিৰ ফলাফল ইতিমধ্যে প্ৰকাশ পাইছে যদিও কিছু সমষ্টিত এতিয়াও ফলাফল ওলাবলৈ বাকী আছে।
ৰাজ্যত এতিয়াও অব্যাহত আছে বিধানসভা নিৰ্বাচনৰ ভোটগণনা। বহু সমষ্টিৰ ফলাফল ইতিমধ্যে প্ৰকাশ পাইছে যদিও কিছু সমষ্টিত এতিয়াও ফলাফল ওলাবলৈ বাকী আছে।
হাওৰাঘাট সমষ্টিত বিজেপিৰ প্ৰাৰ্থী দৰছিং ৰংহাঙৰ জয়লাভ। ডিফুত বিজেপিৰ প্ৰাৰ্থী বিদ্যাছিং ইংলেঙে জয়লাভ কৰিছে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|