মুখ্যপৃষ্ঠা »খবৰ »অসম »Assam Election Results 2021 : পাটাছাৰকুছিত ৰণজিত দাস, ধৰ্মপুৰত চন্দ্ৰমোহন পাটোহাৰীৰ জয়

Assam Election Results 2021 : পাটাছাৰকুছিত ৰণজিত দাস, ধৰ্মপুৰত চন্দ্ৰমোহন পাটোহাৰীৰ জয়

Assam Assembly Election Results 2021 : তিতাবৰত কংগ্ৰেছৰ ভাস্কৰজ্যোতি বৰুৱাৰ জয়। খুমটাইত বিজেপিৰ মৃণাল শইকীয়াৰ জয়।

  • Share this:
পাটাছাৰকুছিত বিজয়ী বিজেপিৰ ৰাজ্যিক সভাপতি ৰণজিত কুমাৰ দাস। ধৰ্মপুৰত বিজেপিৰ চন্দ্ৰমোহন পাটোৱাৰী জয়ী। পৰাস্ত হ’ল কংগ্ৰেছৰ ৰাতুল পাটোৱাৰী।

পানেৰীত বিজেপিৰ বিশ্বজিৎ দৈমাৰীৰ জয়লাভ। মাজবাটত বিপিএফৰ চৰণ বড়োৰ জয়। ওদালগুৰিত জয়লাভ কৰিছে ইউপিপিএৰ গোবিন্দ বসুমতাৰীয়ে।

তিতাবৰত কংগ্ৰেছৰ ভাস্কৰজ্যোতি বৰুৱাৰ জয়। খুমটাইত বিজেপিৰ মৃণাল শইকীয়াৰ জয়।
মানকাচৰত এআইইউডিএফৰ আমিনুল ইছলামৰ জয়। পৰাস্ত অগপৰ জাবেদ ইছলাম।বৈঠালাংছুত বিজেপিৰ ৰূপছিং টেৰণৰ জয়। তিনিচুকীয়াত জয়লাভ বিজেপিৰ সঞ্জয় কিষাণৰ। ধেমাজিত বিজেপিৰ ডাঃ ৰণোজ পেগুৰ জয়।

শেহতীয়া বাতৰি