Assam Assembly Election Results 2021: ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ৰঙিয়াতো আৰম্ভ হৈছে ভোটগণনা প্ৰক্ৰিয়া । ৰঙিয়া মহকুমাধিপতি কাৰ্যালয়ত আৰম্ভ হৈছে ৰঙিয়া সমষ্টি আৰু কমলপুৰ সমষ্টিৰ ভোট গণনা আৰম্ভ হৈছে।

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ৰঙিয়াতো আৰম্ভ হৈছে ভোটগণনা প্ৰক্ৰিয়া । ৰঙিয়া মহকুমাধিপতি কাৰ্যালয়ত আৰম্ভ হৈছে ৰঙিয়া সমষ্টি আৰু কমলপুৰ সমষ্টিৰ ভোট গণনা আৰম্ভ হৈছে।
ৰঙিয়া সমষ্টিৰ ১ লাখ ৯৫ হাজাৰ, ৪ শ, ৩৯ গৰাকী ভোটাৰে ভাগ্য নিৰ্ণয় কৰিব আঠ গৰাকী প্ৰাৰ্থীৰ । লগতে কমলপুৰ সমষ্টিৰ ১ লাখ ৮০ হাজাৰ ৩ শ এগৰাকী ভোটাৰে ভাগ্য নিৰ্ণয় কৰিব চাৰি গৰাকী প্ৰাৰ্থীৰ । কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত চলিছে ভোটগণনা প্ৰক্ৰিয়া । কভিড প্ৰট'কল অনুসৰি চলিছে ভোটগণনাৰ প্ৰক্ৰিয়া । কোনে শেষ হাঁহি মাৰি দিছপুৰ দখল কৰিব তাৰ বাবে যেন এতিয়া অপেক্ষা সকলোৰে ।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|