Assam Election Results 2021: ৰঙিয়া মহকুমাধিপতি কাৰ্যালয়ত আৰম্ভ হৈছে ৰঙিয়া আৰু কমলপুৰ সমষ্টিৰ ভোটগণনা প্ৰক্ৰিয়া...

News18 Assam | News18-Assam
Updated:May 2, 2021, 8:36 AM IST
Assam Election Results 2021: ৰঙিয়া মহকুমাধিপতি কাৰ্যালয়ত আৰম্ভ হৈছে ৰঙিয়া আৰু কমলপুৰ সমষ্টিৰ ভোটগণনা প্ৰক্ৰিয়া...
Assam Assembly Election Results 2021: ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ৰঙিয়াতো আৰম্ভ হৈছে ভোটগণনা প্ৰক্ৰিয়া । ৰঙিয়া মহকুমাধিপতি কাৰ্যালয়ত আৰম্ভ হৈছে ৰঙিয়া সমষ্টি আৰু কমলপুৰ সমষ্টিৰ ভোট গণনা আৰম্ভ হৈছে।

  • Share this:
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ৰঙিয়াতো আৰম্ভ হৈছে ভোটগণনা প্ৰক্ৰিয়া । ৰঙিয়া মহকুমাধিপতি কাৰ্যালয়ত আৰম্ভ হৈছে ৰঙিয়া সমষ্টি আৰু কমলপুৰ সমষ্টিৰ ভোট গণনা আৰম্ভ হৈছে।

ৰঙিয়া সমষ্টিৰ ১ লাখ ৯৫ হাজাৰ, ৪ শ, ৩৯ গৰাকী ভোটাৰে ভাগ্য নিৰ্ণয় কৰিব আঠ গৰাকী প্ৰাৰ্থীৰ । লগতে কমলপুৰ সমষ্টিৰ ১ লাখ ৮০ হাজাৰ ৩ শ এগৰাকী ভোটাৰে ভাগ্য নিৰ্ণয় কৰিব চাৰি গৰাকী প্ৰাৰ্থীৰ । কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত চলিছে ভোটগণনা প্ৰক্ৰিয়া । কভিড প্ৰট'কল অনুসৰি চলিছে ভোটগণনাৰ প্ৰক্ৰিয়া । কোনে শেষ হাঁহি মাৰি দিছপুৰ দখল কৰিব তাৰ বাবে যেন এতিয়া অপেক্ষা সকলোৰে ।
Published by: Kokil Sarma
First published: May 2, 2021, 8:18 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি