Assam Election Results 2021 : প্ৰমীলাৰাণী ব্ৰহ্ম হাৰিল, পূব কোকৰাঝাৰত ইউপিপিএলৰ লৰেঞ্চ ইছলাৰীৰ জয়

News18 Assam | News18-Assam
Updated:May 2, 2021, 3:52 PM IST
Assam Election Results 2021 : প্ৰমীলাৰাণী ব্ৰহ্ম হাৰিল, পূব কোকৰাঝাৰত ইউপিপিএলৰ লৰেঞ্চ ইছলাৰীৰ জয়
Assam Assembly Election Results 2021 : ৰঙাপৰাত বিজেপিৰ কৃষ্ণকমল তাঁতীৰ জয়।

Assam Assembly Election Results 2021 : ৰঙাপৰাত বিজেপিৰ কৃষ্ণকমল তাঁতীৰ জয়।

  • Share this:
পূব কোকৰাঝাৰত ইউপিপিএলৰ লৰেঞ্চ ইছলাৰীৰ জয়। সমষ্টিটোত পৰাস্ত হ’ল প্ৰমীলাৰাণী ব্ৰহ্ম। আনহাতে, মৰিগাঁৱত বিজেপিৰ ৰমাকান্ত দেউৰীৰ জয়লাভ। বোকাজান সমষ্টিত জয়লাভ কৰে বিজেপিৰ ডাঃ নোমল মমিনে। ৰঙাপৰাত বিজেপিৰ কৃষ্ণকমল তাঁতীৰ জয়।


ফলাফলৰ আনুষ্ঠানিক ঘোষণা এতিয়াও বাকী।
Published by: Sanjay Kumar Das
First published: May 2, 2021, 3:49 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি