• Home
  • »
  • News
  • »
  • assam
  • »
  • Assam Election Results 2021 : জাগীৰোড সমষ্টিত ২৯,৮৯৫টা ভোটত জয়ী পীযূষ হাজৰিকা

Assam Election Results 2021 : জাগীৰোড সমষ্টিত ২৯,৮৯৫টা ভোটত জয়ী পীযূষ হাজৰিকা

Assam Assembly Election Results 2021 : জাগীৰোডবাসীয়ে পুনৰবাৰ নিজৰ জনপ্ৰতিনিধি হিচাপে নিৰ্বাচিত কৰিলে পীযূষ হাজৰিকাক।

  • Share this:
জাগীৰোড সমষ্টিত বিজয়ী মন্ত্ৰী পীযূষ হাজৰিকা। সমষ্টিটোত বিজেপিয়ে ১,০৫,৮২৩টা, কংগ্ৰেছে ৭৫,৯২৮টা, এজেপিয়ে ১২,৪৩৫টা আৰু নিৰ্দলীয়ই ৮৪৪টা ভোট লাভ কৰিবলৈ সক্ষম হয়। পীযূষ হাজৰিকাই ২৯,৮৯৫টা ভোটৰ ব্যৱধানত জয়লাভ কৰে৷
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি