Assam Election Results 2021: অভিষেকতে ব্যৰ্থ অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ, নাহৰকটীয়াত তৰংগৰ চমক...

News18 Assam | News18-Assam
Updated:May 2, 2021, 4:59 PM IST
Assam Election Results 2021: অভিষেকতে ব্যৰ্থ অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ, নাহৰকটীয়াত তৰংগৰ চমক...
Assam Election Results 2021: নাহৰকটীয়াত পৰাস্ত অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ

Assam Election Results 2021: নাহৰকটীয়াত পৰাস্ত অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ

  • Share this:
নাহৰকটীয়াত পৰাস্ত অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ। নাহৰকটীয়া সমষ্টিত জয়লাভ কৰিলে বিজেপিৰ নতুন প্ৰাৰ্থী তৰংগ গগৈয়ে।

বহু জল্পনা-কল্পনাৰ অন্ত পেলাই অৱশেষত নাহৰকটীয়াবাসীয়ে লাভ কৰিলে এখন নতুন মুখ। অভিষেকতে চমক দেখুৱালে বিজেপি প্ৰাৰ্থী তৰংগ গগৈ। লুৰিণজ্যোতি গগৈ আৰু তৰংগ গগৈৰ মাজত এক আকৰ্ষণীয় যুঁজ হয় যদিও শেষ হাঁহি মাৰে তৰংগ গগৈয়ে।
Published by: Kokil Sarma
First published: May 2, 2021, 4:54 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি