Assam Election Results 2021: দুলীয়াজান আৰু নাহৰকটীয়াত পৰাজয়ৰ দিশে লুৰিণজ্যোতি গগৈ, মৰিয়নীত আকৌ বিজয়ৰ হাঁহি ৰূপজ্যোতি কুৰ্মীৰ

News18 Assam | News18-Assam
Updated:May 2, 2021, 4:17 PM IST
Assam Election Results 2021: দুলীয়াজান আৰু নাহৰকটীয়াত পৰাজয়ৰ দিশে লুৰিণজ্যোতি গগৈ, মৰিয়নীত আকৌ বিজয়ৰ হাঁহি ৰূপজ্যোতি কুৰ্মীৰ
অসম জাতীয় পৰিষদৰ বাবে বেয়া খবৰ।

অসম জাতীয় পৰিষদৰ বাবে বেয়া খবৰ।

  • Share this:

  • অসম জাতীয় পৰিষদৰ বাবে বেয়া খবৰ।

  • দুলীয়াজান সমষ্টিত তৃতীয় স্থানত আছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ। সমষ্টিটোত বিজেপি প্ৰাৰ্থী তেৰশ গোৱালাই বিজয়ৰ হাঁহি মৰাৰ সম্ভাৱনা।


  • আনহাতে নাহৰকটীয়া সমষ্টিত প্ৰায় ১১ হাজাৰ ভোটত পিছ পৰিছে লুৰিণজ্য়োতি গগৈ।

  • আনহাতে মৰিয়নী সমষ্টিত নিশ্চিত জয়ৰ দিশে ৰূপজ্যোতি কুৰ্মী।

Published by: Himangshu Bhuyan
First published: May 2, 2021, 4:17 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি