মুখ্যপৃষ্ঠা »খবৰ »অসম »Assam Election Results 2021 : জালুকবাৰীত হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ জয়

Assam Election Results 2021 : জালুকবাৰীত হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ জয়

Assam Assembly Election Results 2021 : জালুকবাৰীত যে হিমন্ত বিশ্ব শৰ্মা একচত্ৰী সম্ৰাট সেই কথা পুনৰ প্ৰমাণিত কৰিলে মন্ত্ৰীগৰাকীয়ে।

  • Share this:
জালুকবাৰীত হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ জয়। বৃহৎ ভোটৰ ব্যৱধানত জয়লাভ কৰে মন্ত্ৰীজনে। কংগ্ৰেছৰ ৰমেন বৰঠাকুৰক পৰাস্ত কৰিলে হিমন্ত বিশ্ব শৰ্মাই। জালুকবাৰীত যে হিমন্ত বিশ্ব শৰ্মা একচত্ৰী সম্ৰাট সেই কথা পুনৰ প্ৰমাণিত কৰিলে মন্ত্ৰীগৰাকীয়ে।

১,০১,৯৯১টা ভোটত জয়লাভ কৰে হিমন্ত বিশ্ব শৰ্মাই। এই কথা টুইটাৰযোগে সদৰি কৰিছে মন্ত্ৰীগৰাকীয়ে। জালুকবাৰী সমষ্টিৰ ৰাইজক ধন্যবাদ জ্ঞাপন কৰে হিমন্ত বিশ্ব শৰ্মাই।

শেহতীয়া বাতৰি