Assam Election Results 2021 : জালুকবাৰীত কিমান ভোটত আগবাঢ়িছে হিমন্ত বিশ্ব শৰ্মা?

News18 Assam | News18-Assam
Updated:May 2, 2021, 2:34 PM IST
Assam Election Results 2021 : জালুকবাৰীত কিমান ভোটত আগবাঢ়িছে হিমন্ত বিশ্ব শৰ্মা?
Assam Assembly Election Results 2021 : চতুৰ্দশ ৰাউণ্ডত মন্ত্ৰীগৰাকীয়ে লাভ কৰে ৮৬,৪৮৩টা ভোট। তাৰ বিপৰীতে ৰমেন বৰঠাকুৰে লাভ কৰে ২১,০২৭টা ভোট।

Assam Assembly Election Results 2021 : চতুৰ্দশ ৰাউণ্ডত মন্ত্ৰীগৰাকীয়ে লাভ কৰে ৮৬,৪৮৩টা ভোট। তাৰ বিপৰীতে ৰমেন বৰঠাকুৰে লাভ কৰে ২১,০২৭টা ভোট।

  • Share this:
জালুকবাৰী সমষ্টিত বৃহৎ অগ্ৰগতি হিমন্ত বিশ্ব শৰ্মাৰ। একাশ ৰাউণ্ডলৈ সমষ্টিটোত হিমন্ত বিশ্ব শৰ্মাই লাভ কৰিছিল ৬৭,২১৬টা ভোট, কংগ্ৰেছৰ ৰমেন বৰঠাকুৰে লাভ কৰে ১৭,৬৭৬টা ভোট।

দ্বাদশ ৰাউণ্ডত হিমন্ত বিশ্ব শৰ্মাই ৭২,৭৫৭টা ভোট লাভ কৰাৰ বিপৰীতে ৰমেন বৰঠাকুৰে লাভ কৰে ১৮,৭৫২টা ভোট।

ত্ৰয়োদশ ৰাউণ্ডলৈ সমষ্টিটোত হিমন্ত বিশ্ব শৰ্মাই লাভ কৰে ৭৯,৫৮৯টা ভোট। ৰমেন বৰঠাকুৰে লাভ কৰে ২০,০৪২টা ভোট। ৫৯,৫৪৭টা ভোটত আগবাঢ়ি থাকে হিমন্ত বিশ্ব শৰ্মাই।

চতুৰ্দশ ৰাউণ্ডত মন্ত্ৰীগৰাকীয়ে লাভ কৰে ৮৬,৪৮৩টা ভোট। তাৰ বিপৰীতে ৰমেন বৰঠাকুৰে লাভ কৰে ২১,০২৭টা ভোট। ৬৫,৪৫৬টা ভোটত আগবাঢ়ি আছে হিমন্ত বিশ্ব শৰ্মা।
Published by: Sanjay Kumar Das
First published: May 2, 2021, 2:34 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি