Assam election results 2021: হাজোত আকৰ্ষণীয় যুঁজ, অসম জাতীয় পৰিষদৰ দুলু আহমেদৰ অগ্ৰগতি, এইপৰ্যন্ত তৃতীয় স্থানত বিজেপি প্ৰাৰ্থী সুমন হৰিপ্ৰিয়া

News18 Assam | News18-Assam
Updated:May 2, 2021, 12:35 PM IST
Assam election results 2021: হাজোত আকৰ্ষণীয় যুঁজ, অসম জাতীয় পৰিষদৰ দুলু আহমেদৰ অগ্ৰগতি, এইপৰ্যন্ত তৃতীয় স্থানত বিজেপি প্ৰাৰ্থী সুমন হৰিপ্ৰিয়া
Assam election results 2021: ৫৫নং হাজো বিধানসভা সমষ্টিত আকৰ্ষণীয় হৈ উঠিছে নিৰ্বাচনী যুঁজ। চতুৰ্থ ৰাউণ্ডৰ অন্তত হাজোত অসম জাতীয় পৰিষদৰ দুলু আহমেদে কংগ্ৰেছৰ প্ৰাৰ্থীয়ে প্ৰায় আঢ়ৈ হাজাৰ ভোটত আগবাঢ়ি আছে।

  • Share this:
৫৫নং হাজো বিধানসভা সমষ্টিত আকৰ্ষণীয় হৈ উঠিছে নিৰ্বাচনী যুঁজ। চতুৰ্থ ৰাউণ্ডৰ অন্তত হাজোত অসম জাতীয় পৰিষদৰ দুলু আহমেদে কংগ্ৰেছৰ প্ৰাৰ্থীয়ে প্ৰায় আঢ়ৈ হাজাৰ ভোটত আগবাঢ়ি আছে।

হাজোত AJPৰ প্ৰাৰ্থীয়ে ৪ৰ্থ ৰাউণ্ডৰ অন্তত ১৭,৭৩৯টা ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছে ১৫,২৭৩টা আৰু বিজেপিয়ে ১৩,০৯৪টা ভোট লাভ কৰিছে।
Published by: Kokil Sarma
First published: May 2, 2021, 12:34 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি