Assam election results 2021: ৫৫নং হাজো বিধানসভা সমষ্টিত আকৰ্ষণীয় হৈ উঠিছে নিৰ্বাচনী যুঁজ। চতুৰ্থ ৰাউণ্ডৰ অন্তত হাজোত অসম জাতীয় পৰিষদৰ দুলু আহমেদে কংগ্ৰেছৰ প্ৰাৰ্থীয়ে প্ৰায় আঢ়ৈ হাজাৰ ভোটত আগবাঢ়ি আছে।

৫৫নং হাজো বিধানসভা সমষ্টিত আকৰ্ষণীয় হৈ উঠিছে নিৰ্বাচনী যুঁজ। চতুৰ্থ ৰাউণ্ডৰ অন্তত হাজোত অসম জাতীয় পৰিষদৰ দুলু আহমেদে কংগ্ৰেছৰ প্ৰাৰ্থীয়ে প্ৰায় আঢ়ৈ হাজাৰ ভোটত আগবাঢ়ি আছে।
হাজোত AJPৰ প্ৰাৰ্থীয়ে ৪ৰ্থ ৰাউণ্ডৰ অন্তত ১৭,৭৩৯টা ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছে ১৫,২৭৩টা আৰু বিজেপিয়ে ১৩,০৯৪টা ভোট লাভ কৰিছে।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|