Assam Election Results 2021: বৰছলা সমষ্টিত পৰাজয়ৰ দিশে কংগ্ৰেছৰ আৰ পি শৰ্মা, বটদ্ৰৱাতো পৰাজয়ৰ গৰাহত বিজেপিৰ আঙুৰলতা ডেকা

News18 Assam | News18-Assam
Updated:May 2, 2021, 4:05 PM IST
Assam Election Results 2021: বৰছলা সমষ্টিত পৰাজয়ৰ দিশে কংগ্ৰেছৰ আৰ পি শৰ্মা, বটদ্ৰৱাতো পৰাজয়ৰ গৰাহত বিজেপিৰ আঙুৰলতা ডেকা
প্ৰায় শেষ হোৱাৰ দিশে অসম বিধানসভা নিৰ্বাচনৰ ভোটগণনা

প্ৰায় শেষ হোৱাৰ দিশে অসম বিধানসভা নিৰ্বাচনৰ ভোটগণনা

  • Share this:

  • বৰছলা সমষ্টিত পৰাজয়ৰ দিশে কংগ্ৰেছ প্ৰাৰ্থী আৰ পি শৰ্মা।

  • সমষ্টিটোৰ পৰা বিজেপিৰ গণেশ কুমাৰ লিম্বুৱে ১৭ হাজাৰতকৈ অধিক ভোটত আগবাঢ়ি আছে।


  • ইফালে বটদ্ৰৱা সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী শিৱামণি বৰা নিশ্চিত বিজয়ৰ দিশে।

  • বটদ্ৰৱা সমষ্টিত বিজেপি প্ৰাৰ্থী আঙুৰলতা ডেকা প্ৰায় ২৪ হাজাৰ ভোটৰ ব্যৱধানত পিছ পৰিছে।

Published by: Himangshu Bhuyan
First published: May 2, 2021, 4:05 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি