Assam Election Results 2021: পলাশবাৰী সমষ্টিত ২১হাজাৰ ভোটত আগবাঢ়ি আছে বিজেপিৰ হেমাংগ ঠাকুৰীয়া, ছয়গাঁৱত কংগ্ৰেছৰ ৰেকিবুদ্দিন আহমেদৰ ৫২হাজাৰ ভোটত অগ্ৰগতি

News18 Assam | News18-Assam
Updated:May 2, 2021, 1:13 PM IST
Assam Election Results 2021: পলাশবাৰী সমষ্টিত ২১হাজাৰ ভোটত আগবাঢ়ি আছে বিজেপিৰ হেমাংগ ঠাকুৰীয়া, ছয়গাঁৱত কংগ্ৰেছৰ ৰেকিবুদ্দিন আহমেদৰ ৫২হাজাৰ ভোটত অগ্ৰগতি
Assam Election Results 2021: পলাশবাৰী সমষ্টিত ২১হাজাৰ ভোটত আগবাঢ়ি আছে বিজেপিৰ হেমাংগ ঠাকুৰীয়া, ছয়গাঁৱত কংগ্ৰেছৰ ৰেকিবুদ্দিন আহমেদৰ ৫২হাজাৰ ভোটত অগ্ৰগতি

Assam Election Results 2021: পলাশবাৰী সমষ্টিত ২১হাজাৰ ভোটত আগবাঢ়ি আছে বিজেপিৰ হেমাংগ ঠাকুৰীয়া, ছয়গাঁৱত কংগ্ৰেছৰ ৰেকিবুদ্দিন আহমেদৰ ৫২হাজাৰ ভোটত অগ্ৰগতি

  • Share this:
পলাশবাৰীত বিজেপি, ছয়গাঁৱত কংগ্ৰেছৰ অগ্ৰগতিপলাশবাৰী সমষ্টিত ২১হাজাৰ ভোটত আগবাঢ়ি আছে বিজেপিৰ হেমাংগ ঠাকুৰীয়া, ছয়গাঁৱত কংগ্ৰেছৰ ৰেকিবুদ্দিন আহমেদৰ ৫২হাজাৰ ভোটত অগ্ৰগতি।

ছয়গাঁৱত কংগ্ৰেছৰ ৰেকিবুদ্দিন আহমেদে এই পৰ্যন্ত ৭ম ৰাউণ্ডৰ অন্তত ৭০,৪২৮টা ভোট লাভ কৰাৰ বিপৰীতে অগপৰ কমলা কলিতাই ১৮,১৫১টা ভোট লাভ কৰিছে। পলাশবাৰীত ৭ম ৰাউণ্ডৰ অন্তত হেমাংগ ঠাকুৰীয়াই ৪৫,৯৯৫টা ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছৰ যতীন মালীয়ে পাইছে ২৪,৯৭২টা ভোট।

বকোত ৭ম ৰাউণ্ডৰ অন্তত কংগ্ৰেছ দলৰ নন্দিতা দাসে অগ্ৰগতি লাভ কৰিছে ৫৬৭১৩ টা ভোটত।
Published by: Kokil Sarma
First published: May 2, 2021, 1:05 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি