পলাশবাৰীত বিজেপি, ছয়গাঁৱত কংগ্ৰেছৰ অগ্ৰগতিপলাশবাৰী সমষ্টিত ২১হাজাৰ ভোটত আগবাঢ়ি আছে বিজেপিৰ হেমাংগ ঠাকুৰীয়া, ছয়গাঁৱত কংগ্ৰেছৰ ৰেকিবুদ্দিন আহমেদৰ ৫২হাজাৰ ভোটত অগ্ৰগতি।
ছয়গাঁৱত কংগ্ৰেছৰ ৰেকিবুদ্দিন আহমেদে এই পৰ্যন্ত ৭ম ৰাউণ্ডৰ অন্তত ৭০,৪২৮টা ভোট লাভ কৰাৰ বিপৰীতে অগপৰ কমলা কলিতাই ১৮,১৫১টা ভোট লাভ কৰিছে। পলাশবাৰীত ৭ম ৰাউণ্ডৰ অন্তত হেমাংগ ঠাকুৰীয়াই ৪৫,৯৯৫টা ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছৰ যতীন মালীয়ে পাইছে ২৪,৯৭২টা ভোট।
বকোত ৭ম ৰাউণ্ডৰ অন্তত কংগ্ৰেছ দলৰ নন্দিতা দাসে অগ্ৰগতি লাভ কৰিছে ৫৬৭১৩ টা ভোটত।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|