Assam Election Results 2021: ছিপাঝাৰত শেষ হাঁহি মাৰিলে বিজেপি প্ৰাৰ্থী পৰমানন্দ ৰাজবংশীয়ে, কমলপুৰ আৰু ৰঙিয়াতো বিজেপিৰ জয়যাত্ৰা

News18 Assam | News18-Assam
Updated:May 2, 2021, 8:55 PM IST
Assam Election Results 2021: ছিপাঝাৰত শেষ হাঁহি মাৰিলে বিজেপি প্ৰাৰ্থী পৰমানন্দ ৰাজবংশীয়ে, কমলপুৰ আৰু ৰঙিয়াতো বিজেপিৰ জয়যাত্ৰা
আনহাতে ৰঙিয়াত বিজেপি প্ৰাৰ্থী ভৱেশ কলিতাই জয়লাভ কৰিবলৈ সক্ষম হৈছে।

আনহাতে ৰঙিয়াত বিজেপি প্ৰাৰ্থী ভৱেশ কলিতাই জয়লাভ কৰিবলৈ সক্ষম হৈছে।

  • Share this:

  • ছিপাঝাৰ সমষ্টিত জয়লাভ কৰিছে অসম সাহিত্য সভাৰ বিতৰ্কিত প্ৰাক্তন সভাপতি তথা বিজেপি প্ৰাৰ্থী পৰমানন্দ ৰাজবংশীয়ে। নিকটতম প্ৰতিদ্বন্দী কুলদ্বীপ বৰুৱাক বিশাল ব্যৱধানত পৰাস্ত কৰি জয়লাভ কৰে পৰমাই।

  • কমলপুৰ সমষ্টিত জয়লাভ কৰিছে বিজেপিৰ প্ৰাৰ্থী দিগন্ত কলিতাই। দিগন্ত কলিতাই প্ৰায় ৮১,০৮৩টা ভোট লাভ কৰি কংগ্ৰেছৰ নিকটতম প্ৰতিদ্বন্দী কিশোৰ ভট্টাচাৰ্যক পৰাস্ত কৰে।


  • আনহাতে ৰঙিয়াত বিজেপি প্ৰাৰ্থী ভৱেশ কলিতাই জয়লাভ কৰিবলৈ সক্ষম হৈছে।

Published by: Himangshu Bhuyan
First published: May 2, 2021, 8:55 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি