Assam Election Results 2021: অসমত বিজেপি দলে পুনৰ এবাৰ ভাল ফলাফল দেখুওৱাৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিলে প্ৰতিক্ৰিয়া।

News18 Assam | News18-Assam
Updated:May 2, 2021, 8:17 PM IST
Assam Election Results 2021: অসমত বিজেপি দলে পুনৰ এবাৰ ভাল ফলাফল দেখুওৱাৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিলে প্ৰতিক্ৰিয়া।
Assam Election Results 2021: অসমত বিজেপি দলে পুনৰ এবাৰ ভাল ফলাফল দেখুওৱাৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিলে নিজৰ মন্তব্য।

Assam Election Results 2021: অসমত বিজেপি দলে পুনৰ এবাৰ ভাল ফলাফল দেখুওৱাৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিলে নিজৰ মন্তব্য।

  • Share this:
অসমত বিজেপি দলে পুনৰ এবাৰ ভাল ফলাফল দেখুওৱাৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিলে নিজৰ মন্তব্য। টুইটাৰযোগে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰিলে নিজৰ প্ৰতিক্ৰিয়া।

'অসমৰ ৰাইজে পুনৰ এন ডি এৰ উন্নয়নমূলক কাৰ্যসূচী আৰু ৰাজ্যখনত আমাৰ চৰকাৰৰ জনসাধাৰণৰ কাষ চাপি যোৱাৰ বাবেই আশীৰ্বাদ দিছে। আশীৰ্বাদৰ বাবে মই অসমৰ জনসাধাৰণক ধন্যবাদ জনাইছো। মই এন ডি এ কৰ্মকৰ্তাসকলৰ কঠোৰ পৰিশ্ৰম আৰু জনসাধাৰণৰ সেৱাত তেওঁলোকৰ অক্লান্ত প্ৰচেষ্টাৰ শলাগ লৈছো।'
Published by: Kokil Sarma
First published: May 2, 2021, 8:10 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি