Assam Election Results 2021 : নলবাৰীত বিজেপি, ছয়গাঁৱত কংগ্ৰেছৰ বৃহৎ অগ্ৰগতি

News18 Assam | News18-Assam
Updated:May 2, 2021, 1:56 PM IST
Assam Election Results 2021 : নলবাৰীত বিজেপি, ছয়গাঁৱত কংগ্ৰেছৰ বৃহৎ অগ্ৰগতি
Assam Assembly Election Results 2021 : অষ্টম ৰাউণ্ডৰ অন্তত ছয়গাঁও সমষ্টিত আগবাঢ়ি আছে কংগ্ৰেছৰ ৰেকিবুদ্দিন আহমেদ।

Assam Assembly Election Results 2021 : অষ্টম ৰাউণ্ডৰ অন্তত ছয়গাঁও সমষ্টিত আগবাঢ়ি আছে কংগ্ৰেছৰ ৰেকিবুদ্দিন আহমেদ।

  • Share this:
নলবাৰী সমষ্টিত বিজেপিৰ বৃহৎ অগ্ৰগতি। অষ্টম ৰাউণ্ডত বিজেপিৰ জয়ন্ত মল্ল বৰুৱাই লাভ কৰিছে বৃহৎ অগ্ৰগতি। ২০ হাজাৰৰো অধিক ভোটত আগবাঢ়ি আছে বিজেপি প্ৰাৰ্থীগৰাকী।

আনহাতে, অষ্টম ৰাউণ্ডৰ অন্তত ছয়গাঁও সমষ্টিত আগবাঢ়ি আছে কংগ্ৰেছৰ ৰেকিবুদ্দিন আহমেদ। কংগ্ৰেছৰ ৰেকিবুদ্দিন আহমেদে লাভ কৰে মুঠ ভোট ৭৭,৪৩৬টা ভোট। অগপৰ কমলা কলিতাই লাভ কৰে ২৪৪৫১টা ভোট। ৫২৯৮৫টা ভোটত অগ্ৰগতি লাভ কৰিছে কংগ্ৰেছে।
Published by: Sanjay Kumar Das
First published: May 2, 2021, 1:56 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি