Assam Election Results 2021: বটদ্ৰৱাত ৰণত পৰিল আঙুৰলতা,৩২,৬১২টা ভোটৰ ব্যৱধানত জয়ী হ'ল শিৱামণি বৰা

News18 Assam | News18-Assam
Updated:May 2, 2021, 6:23 PM IST
Assam Election Results 2021: বটদ্ৰৱাত ৰণত পৰিল আঙুৰলতা,৩২,৬১২টা ভোটৰ ব্যৱধানত জয়ী হ'ল শিৱামণি বৰা
৮৪ নং বটদ্ৰৱা বিধান সভা সমষ্টিৰ নিৰ্বাচনী ফলাফল ঘোষণা।

৮৪ নং বটদ্ৰৱা বিধান সভা সমষ্টিৰ নিৰ্বাচনী ফলাফল ঘোষণা।

  • Share this:

  • ৮৪ নং বটদ্ৰৱা বিধান সভা সমষ্টিৰ নিৰ্বাচনী ফলাফল ঘোষণা।

  • বিজেপি দলৰ প্ৰাৰ্থী আঙুৰলতা ডেকাই সৰ্বমুঠ ৫০,৮৫৪ টা ভোট লাভ কৰিছে।


  • কংগ্ৰেছ দলৰ প্ৰাৰ্থী শিৱামণি বৰাই ৮৩,৪৬৬ টা ভোট লাভ কৰিছে।

  • বটদ্ৰৱাৰ সমষ্টিৰ ফলাফল কংগ্ৰেছ দলৰ প্ৰাৰ্থী শিৱামণি বৰাই ৩২,৬১২টা ভোটৰ ব্যৱধানত জয়ী হৈছে।

Published by: Himangshu Bhuyan
First published: May 2, 2021, 6:22 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি