
file image
পুনৰ দিছপুৰৰ মচনদ দখল কৰিলে বিজেপি মিত্ৰজোঁটৰ।
ৰাজ্যত তচনচ হ’ল বিৰোধীৰ মহাজোঁট। পুনৰ দিছপুৰৰ মচনদ দখল কৰিলে বিজেপি মিত্ৰজোঁটৰ। সন্মিলিত বিৰোধীৰ ঐক্যবদ্ধ শক্তিক তচনচ কৰি নিৰ্বাচনী ফলাফলত নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰিলে বিজেপি মিত্ৰজোঁটে। বিজেপি মিত্ৰজোঁটে মুঠ ৭৫খন আসন লাভ কৰে। ইয়াৰ ভিতৰত বিজেপিয়ে ৬০খন, অগপই ৯খন আৰু ইউপিপিএলে লাভ কৰিলে ৬খন আসন।
আনহাতে, কংগ্ৰেছে ২৯খন, বিপিএফে ৪খন, এআইইউডিএফে ১৬খন লাভ কৰে। ইয়াৰ উপৰি চিপিআই(এম)–এ এখন আৰু নিৰ্দলীয়ই এখন আসন দখল কৰিবলৈ সক্ষম হয়।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|