உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • ৰাজ্যত তচনচ হ’ল বিৰোধীৰ মহাজোঁট, ৭৫খন আসনেৰে নিৰংকুশ সংখ্যাগৰিষ্ঠতা বিজেপি মিত্ৰজোঁটৰ

    ৰাজ্যত তচনচ হ’ল বিৰোধীৰ মহাজোঁট, ৭৫খন আসনেৰে নিৰংকুশ সংখ্যাগৰিষ্ঠতা বিজেপি মিত্ৰজোঁটৰ

    পুনৰ দিছপুৰৰ মচনদ দখল কৰিলে বিজেপি মিত্ৰজোঁটৰ।

    পুনৰ দিছপুৰৰ মচনদ দখল কৰিলে বিজেপি মিত্ৰজোঁটৰ।

    পুনৰ দিছপুৰৰ মচনদ দখল কৰিলে বিজেপি মিত্ৰজোঁটৰ।

    • Share this:
    ৰাজ্যত তচনচ হ’ল বিৰোধীৰ মহাজোঁট। পুনৰ দিছপুৰৰ মচনদ দখল কৰিলে বিজেপি মিত্ৰজোঁটৰ। সন্মিলিত বিৰোধীৰ ঐক্যবদ্ধ শক্তিক তচনচ কৰি নিৰ্বাচনী ফলাফলত নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰিলে বিজেপি মিত্ৰজোঁটে। বিজেপি মিত্ৰজোঁটে মুঠ ৭৫খন আসন লাভ কৰে। ইয়াৰ ভিতৰত বিজেপিয়ে ৬০খন, অগপই ৯খন আৰু ইউপিপিএলে লাভ কৰিলে ৬খন আসন।

    আনহাতে, কংগ্ৰেছে ২৯খন, বিপিএফে ৪খন, এআইইউডিএফে ১৬খন লাভ কৰে। ইয়াৰ উপৰি চিপিআই(এম)–এ এখন আৰু নিৰ্দলীয়ই এখন আসন দখল কৰিবলৈ সক্ষম হয়।
    Published by:Sanjay Kumar Das
    First published: