Assam Election Results 2021 : ৰঙিয়াত আকৌ ভৱেশ কলিতাই উৰুৱালে বিজয়ৰ ধ্বজা

News18 Assam | News18-Assam
Updated:May 2, 2021, 7:08 PM IST
Assam Election Results 2021 : ৰঙিয়াত আকৌ ভৱেশ কলিতাই উৰুৱালে বিজয়ৰ ধ্বজা
Assam Assembly Election Results 2021 : ১৯,১৯৪টা ভোটত ভৱেশ কলিতাই পৰাস্ত কৰে মূল প্ৰতিদ্বন্দ্বী চিবিআইএমৰ প্ৰাৰ্থীক।

Assam Assembly Election Results 2021 : ১৯,১৯৪টা ভোটত ভৱেশ কলিতাই পৰাস্ত কৰে মূল প্ৰতিদ্বন্দ্বী চিবিআইএমৰ প্ৰাৰ্থীক।

  • Share this:
ৰঙিয়াত পুনৰ বিধায়ক হিচাপে নিৰ্বাচিত হ’ল ভৱেশ কলিতা। ১৯,১৯৪টা ভোটত ভৱেশ কলিতাই পৰাস্ত কৰে মূল প্ৰতিদ্বন্দ্বী চিবিআইএমৰ প্ৰাৰ্থীক। ভৱেশ কলিতাই মুঠ ৮২,০৭৮ ভোট পোৱাৰ বিপৰীতে চিপিআইএমৰ প্ৰাৰ্থীগৰাকীয়ে লাভ কৰে ৬২,৮৮৪ ভোট।
Published by: Sanjay Kumar Das
First published: May 2, 2021, 7:08 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি