
file image
Assam Assembly Election Results 2021 : ১৯,১৯৪টা ভোটত ভৱেশ কলিতাই পৰাস্ত কৰে মূল প্ৰতিদ্বন্দ্বী চিবিআইএমৰ প্ৰাৰ্থীক।
ৰঙিয়াত পুনৰ বিধায়ক হিচাপে নিৰ্বাচিত হ’ল ভৱেশ কলিতা। ১৯,১৯৪টা ভোটত ভৱেশ কলিতাই পৰাস্ত কৰে মূল প্ৰতিদ্বন্দ্বী চিবিআইএমৰ প্ৰাৰ্থীক। ভৱেশ কলিতাই মুঠ ৮২,০৭৮ ভোট পোৱাৰ বিপৰীতে চিপিআইএমৰ প্ৰাৰ্থীগৰাকীয়ে লাভ কৰে ৬২,৮৮৪ ভোট।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|