Assam Election Results 2021: ১২ খনত বিজেপি মিত্ৰজোঁট, ১০খনত কংগ্ৰেছ মহাজোঁটৰ অগ্ৰগতি, শিৱসাগৰত আগবাঢ়িছে অখিল গগৈ

News18 Assam | News18-Assam
Updated:May 2, 2021, 8:41 AM IST
Assam Election Results 2021: ১২ খনত বিজেপি মিত্ৰজোঁট, ১০খনত কংগ্ৰেছ মহাজোঁটৰ অগ্ৰগতি, শিৱসাগৰত আগবাঢ়িছে অখিল গগৈ
Assam Assembly Election Results 2021: পোষ্টেল বেলটৰ ভোটগণনাত কোন দলে লাভ কৰিছে অগ্ৰগতি?

Assam Assembly Election Results 2021: পোষ্টেল বেলটৰ ভোটগণনাত কোন দলে লাভ কৰিছে অগ্ৰগতি?

  • Share this:
আৰম্ভ হৈছে অসম বিধানসভা নিৰ্বাচনৰ ভোটগণনা। পুৱা ৮ বজাৰ লগে লগে পোষ্টেল বেলটৰ জৰিয়তে প্ৰদান কৰা ভোট গণনা  কৰা হৈছে। আনহাতে ৮.৩০ বজাৰ লগে লগে খোল খাব EVM মেচিন।

পোষ্টেল বেলটৰ ভোটগণনাত কোন দলে লাভ কৰিছে অগ্ৰগতি?

বিজেপি+- ১২

কংগ্ৰেছ+ - ১০

অসম জাতীয় পৰিষদ-০

ৰাইজৰ দল-১

কোন সমষ্টিত কোন আগবাঢ়িছে?


  • দিছপুৰ সমষ্টিত আগবাঢ়ি আছে বিজেপিৰ অতুল বৰা।

  • নগাওঁৰ পৰা বিজেপি প্ৰাৰ্থী ৰূপক শৰ্মা আগবাঢ়িছে।

  • বোকাখাতৰ পৰা অগপ প্ৰাৰ্থী অতুল বৰাৰ অগ্ৰগতি।

  • শিৱসাগৰত আগবাঢ়ি আছে ৰাইজৰ দলৰ অখিল গগৈ।

  • পূব গুৱাহাটীত বিজেপি প্ৰাৰ্থী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ অগ্ৰগতি।

  • পশ্চিম গুৱাহাটী সমষ্টিত অগপৰ ৰমেন্দ্ৰ নায়ৰণ কলিতাৰ অগ্ৰগতি।

  •  জালুকবাৰী সমষ্টিত বিজেপি প্ৰাৰ্থী হিমন্ত বিশ্ব শৰ্মাৰ অগ্ৰগতি।

Published by: Himangshu Bhuyan
First published: May 2, 2021, 8:30 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি