
Assam Assembly Election Results 2021: পোষ্টেল বেলটৰ ভোটগণনাত কোন দলে লাভ কৰিছে অগ্ৰগতি?
Assam Assembly Election Results 2021: পোষ্টেল বেলটৰ ভোটগণনাত কোন দলে লাভ কৰিছে অগ্ৰগতি?
আৰম্ভ হৈছে অসম বিধানসভা নিৰ্বাচনৰ ভোটগণনা। পুৱা ৮ বজাৰ লগে লগে পোষ্টেল বেলটৰ জৰিয়তে প্ৰদান কৰা ভোট গণনা কৰা হৈছে। আনহাতে ৮.৩০ বজাৰ লগে লগে খোল খাব EVM মেচিন।
পোষ্টেল বেলটৰ ভোটগণনাত কোন দলে লাভ কৰিছে অগ্ৰগতি?বিজেপি+- ১২
কংগ্ৰেছ+ - ১০
অসম জাতীয় পৰিষদ-০
ৰাইজৰ দল-১
কোন সমষ্টিত কোন আগবাঢ়িছে?
- দিছপুৰ সমষ্টিত আগবাঢ়ি আছে বিজেপিৰ অতুল বৰা।
- নগাওঁৰ পৰা বিজেপি প্ৰাৰ্থী ৰূপক শৰ্মা আগবাঢ়িছে।
- বোকাখাতৰ পৰা অগপ প্ৰাৰ্থী অতুল বৰাৰ অগ্ৰগতি।
- শিৱসাগৰত আগবাঢ়ি আছে ৰাইজৰ দলৰ অখিল গগৈ।
- পূব গুৱাহাটীত বিজেপি প্ৰাৰ্থী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ অগ্ৰগতি।
- পশ্চিম গুৱাহাটী সমষ্টিত অগপৰ ৰমেন্দ্ৰ নায়ৰণ কলিতাৰ অগ্ৰগতি।
- জালুকবাৰী সমষ্টিত বিজেপি প্ৰাৰ্থী হিমন্ত বিশ্ব শৰ্মাৰ অগ্ৰগতি।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|