মুখ্যপৃষ্ঠা »খবৰ »অসম »Assam Election Results 2021 : আমি দিয়া পাঁচটা গ্যেৰাণ্টি ৰাইজে মানি নল’লে, ক’লে এইগৰাকী কংগ্ৰেছ নেতাই

Assam Election Results 2021 : আমি দিয়া পাঁচটা গ্যেৰাণ্টি ৰাইজে মানি নল’লে, ক’লে এইগৰাকী কংগ্ৰেছ নেতাই

Assam Assembly Election Results 2021 : এইপৰ্যন্ত সমাপ্ত হোৱা নাই যদিও বিজেপিয়ে পুনৰ চৰকাৰ গঠন কৰাটো একপ্ৰকাৰ নিশ্চিত হৈ পৰিছে।

  • Share this:
ৰাজ্যত বিধানসভা নিৰ্বাচনৰ ভোটগণনা এইপৰ্যন্ত সমাপ্ত হোৱা নাই যদিও বিজেপিয়ে পুনৰ চৰকাৰ গঠন কৰাটো একপ্ৰকাৰ নিশ্চিত হৈ পৰিছে। একপ্ৰকাৰ ধূলিসাৎ হোৱাৰ দিশত মহাজোঁট।

নিৰ্বাচনী ফলাফলৰ মাজতে কংগ্ৰেছ নেতা অপূৰ্ব ভট্টাচাৰ্যই কয়, ‘‘জনতাৰ ৰায়ক আমি মানি লৈছো৷ আমি দিয়া পাঁচটা গ্যৰাণ্টিক ৰাইজে মানি নল'লে ৷ আমাৰ পৰাজয়ৰ কাৰণ আমি দলৰ মজিয়াত পৰ্যালোচনা কৰিম’’।

শেহতীয়া বাতৰি