বিজেপিৰ প্ৰাৰ্থী সুৰভী ৰাজকোঁৱৰীতকৈ প্ৰতিটো ৰাউণ্ডতে অগ্ৰগতি লাভ কৰিছে অখিল গগৈয়ে
বিজেপিৰ প্ৰাৰ্থী সুৰভী ৰাজকোঁৱৰীতকৈ প্ৰতিটো ৰাউণ্ডতে অগ্ৰগতি লাভ কৰিছে অখিল গগৈয়ে
- নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনৰ যেন মান ৰাখিলে অখিল গগৈয়ে!
- শিৱসাগৰ সমষ্টিৰ পৰা জয়লাভ কৰিলে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে।
- বিজেপিৰ প্ৰাৰ্থী সুৰভী ৰাজকোঁৱৰীতকৈ প্ৰতিটো ৰাউণ্ডতে অগ্ৰগতি লাভ কৰিছে অখিল গগৈয়ে।
- সমষ্টিটোৰ পৰা ৯০০০ ভোটৰ ব্যৱধানত জয়লাভ কৰিলে অখিল গগৈয়ে।
- সমষ্টিটোত কংগ্ৰেছ প্ৰাৰ্থী শুভ্ৰমিত্ৰ গগৈ প্ৰতিদ্বন্দিতালৈয়ে নাহিল।
- কাৰাগাৰৰ পৰাই প্ৰতিদ্বন্দিতা কৰি অখিল গগৈয়ে জয়লাভ কৰাৰ পিছত শিৱসাগৰবাসীক ধন্যবাদ জনাইছে কা বিৰোধী অসমীয়াই।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|