মুখ্যপৃষ্ঠা »খবৰ »অসম »Assam Election Results 2021 : অখিল গগৈৰ জয়ৰ পিছতে GMCHত পত্নী গীতাশ্ৰী, সমৰ্থকে বিলালে মিঠাই

Assam Election Results 2021 : অখিল গগৈৰ জয়ৰ পিছতে GMCHত পত্নী গীতাশ্ৰী, সমৰ্থকে বিলালে মিঠাই

Assam Assembly Election Results 2021 : অখিল গগৈৰ জয়ৰ পিছত GMCHৰ চিকিৎসক–নাৰ্ছৰ মাজত মিঠাই বিতৰণ কৰে অখিলৰ সমৰ্থকসকলে।

  • Share this:
শিৱসাগৰ সমষ্টিৰ পৰা বিধানসভা নিৰ্বাচনত জয়লাভ অখিল গগৈৰ। নিৰ্বাচনত জয়লাভ কৰাৰ পিছতে অখিল গগৈক সাক্ষাৎ কৰাৰ বাবে GMCHত উপস্থিত হয় পত্নী গীতাশ্ৰী তামুলী৷

অখিল গগৈৰ জয়ৰ পিছত GMCHৰ চিকিৎসক–নাৰ্ছৰ মাজত মিঠাই বিতৰণ কৰে অখিলৰ সমৰ্থকসকলে।

ইফালে, ৰাইজৰ দলৰ নেতা নেকিবুৰ ৰহমান হাজৰিকাই কয়, ‘‘অখিল গগৈৰ জয় ঐতিহাসিক জয়৷ কাৰাগাৰত বন্দী হৈ থাকিও ঐতিহাসিক শিৱসাগৰবাসীয়ে তেওঁক জয়ী কৰালে৷ আমি আতি আনন্দিত৷ তেওঁ অসমবাসী আৰু শিৱসাগৰবাসীৰ ওচৰত কৃতজ্ঞতা জনাইছে।’’

শেহতীয়া বাতৰি