• Home
  • »
  • News
  • »
  • assam
  • »
  • Breaking News: এইবাৰ অনুষ্ঠিত হ'বই মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা, ক'লে শিক্ষা মন্ত্ৰীয়ে ...

Breaking News: এইবাৰ অনুষ্ঠিত হ'বই মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা, ক'লে শিক্ষা মন্ত্ৰীয়ে ...

এইবাৰ নিশ্চিতভাৱে অনুষ্ঠিত হ'ব মেট্ৰিক (HSLC Exam) আৰু হায়াৰ চেকেণ্ডাৰী (HIgher Secondary Exam) পৰীক্ষা ৷ এই মন্তব্য শিক্ষামন্ত্ৰী (Assam Education Minister) ৰনোজ পেগুৰ ৷

  • Share this:

শিক্ষা বিভাগে পৰীক্ষা আনুষ্ঠিত কৰিবৰ বাবে ইতিমধ্যে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে ৷ লখিমপুৰত ঠেঙাল কছাৰী স্বায়ত্ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ প্ৰচাৰত অংশ ল'বলৈ আহি এই গুৰুত্বপুৰ্ণ মন্তব্য কৰে মন্ত্ৰী ৰনোজ পেগুৱে ৷
Published by:Kokil Sarma
First published:

শেহতীয়া বাতৰি