ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে গ্ৰহণ কৰিছে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত। পঞ্চম শ্ৰেণী আৰু অষ্টম শ্ৰেণীত ছাত্ৰ–ছাত্ৰীয়ে অৱতীৰ্ণ হ’ব লাগিব এটা চূড়ান্ত পৰীক্ষাত। সেই পৰীক্ষাত উত্তীৰ্ণ নহ’লে দুমাহৰ পিছত পুনৰ দিব লাগিব এটা পৰীক্ষা। সেই পৰীক্ষাত উত্তীৰ্ণ হ’লেহে পঢ়িব পাৰিব পৰৱৰ্তী শ্ৰেণীত।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : January 27, 2023, 17:01 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|